Nojoto: Largest Storytelling Platform
nojotouser1125756747
  • 34Stories
  • 58Followers
  • 251Love
    125Views

মাচুমা জিন্নত ৰহমান

  • Popular
  • Latest
  • Video
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

এটি "কবিতাওঁ" যে হ'ব পাৰে ক'ৰোনাক্ৰান্ত পত্নী তথা শিশুৰ
সাহসী মন্ত্ৰ । কি আছে এই কবিতাটোত জানিবলৈ 
চাওঁক শেষলৈ #FathersDay
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

নীলা খামৰ চিঠি #LIFEGIF
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

নীলা খামৰ চিঠি #Couple
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

।।নীলা খামৰ চিঠি খন।।
মৰমৰ 
           তুমি 
মৰম ও ভাল পোৱা বোৰ পঠালো চিঠিৰ মাজতেই,
চিঠি লিখাৰ হেঁপাহ নাছিল কিয়নো মোৰ ঠিকনা হয়তো তুমি পাহৰি পেলাইছা,-কিন্তু মোৰ নিচলা হিয়াৰ কোণত বৰ যতনে ৰাখিছো তোমাৰ ঠিকনা গোপনে কোনেও নাজনাকৈ । তুমি যে মোৰ জীৱনৰ আধৰুৱা সপোন ।আশা ও কামনা তুমি  আদৰি লবা অতীতৰ সোঁৱৰণীৰ মৰম বোৰ ।

ফাগুনৰ লঠঙা বুকুত বেদনা সামৰি বসন্তৰ সেউজীয়া হেঁপাহবোৰ
 আদৰাৰ আশাৰে বাট চাই আছিলোঁ,  বসন্তৰ  বোৱাৰী পুৱালৈ  
-কিন্তু বহাগ আহিল বসন্ত নাহিল মোৰ  সেউজীয়া হেঁপাহৰ পদূলি মুখলৈ ।
জন্ম ভূমিৰ নৰিয়া দেহাত আবদ্ধ আজি বসন্তৰ ৰং বোৰ। লঠঙা বিৰিখৰ
 কঁকালত  গাভৰু বসন্তৰ বেদনা মিশ্ৰিত সুৱাস ।
জানা ৰাংঢালী দুপৰ নিশা দুৰণীৰ সীমনাত 
যেতিয়া হিয়া উজাৰী বিহগী জনী উচুপি বিনাই 
তেতিয়া মোৰ কলিজা খনেও তুমি  দিয়া 
প্ৰতিশ্ৰুতি বোৰৰ আশাৰ কোঠালীত অসহায়ভাৱে বাগৰ সলাই , 
গোপনে যান্ত্ৰণা কাতৰ সুৰ হৈ ।
          এতিয়া তুমি চাগৈ বহুত সুখী জীৱন সজোৱাৰ সেন্দুৰীয়া বাটত ।
মই আজিও একে ঠাইতে ৰৈ গ'লো সোঁৱৰণীৰ পৰিতক্ত ঠিকনাৰ বাটত পৰিচয়বিহিন হৈ ।  দীঘলীয়া নকৰোঁ মোৰ নীলা শব্দৰ সুঁতি । তোমাৰ 
স্মৃতিবোৰ সামৰি আধৰুৱা জীৱন পৃষ্ঠাৰ প্ৰহৰী হৈ এনেকৈয়ে ৰৈ যাম 
ফাগুনৰ সৰা পাতৰ বুকুত । মাথোঁ বসন্তৰ চৰাই জনী আহিলে এনেকৈয়ে 
তোমাৰ বতৰা লম ভুল নুবুজিবা তুমি সুখী হৈ ৰোৱা জীৱন বাটত
 পুনৰ বহুত মৰমেৰে তোমাৰেই 
                                  #অতীত ।।
                                         #প্ৰসন্ন/গোলাঘাট ।। #Dreams
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

নীলা খামৰ চিঠি
আগবঢ়াইছে
(masuma,s dream diary
youtube chennal)
চিঠি:- প্ৰসন্ন বৰুৱা
কণ্ঠ:- মাচুমা জিন্নত ৰহমান #Winter
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

তলাবন্ধৰ 
মাজত আৱদ্ধ জনজীৱন #lockdown3
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

নীলা খামৰ চিঠি
আগবঢ়াইছে Masumas dream diary
youtube চেনেলে।
লিখিছে চৈয়দা চায়েৰা বেগম
কণ্ঠ:-মাচুমা জিন্নত ৰহমান #newday
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

নীলা খামৰ চিঠি #ditch
6ea071f3ec13352185e40a3970b93d04

মাচুমা জিন্নত ৰহমান

নীলা খামৰ চিঠি

loader
Home
Explore
Events
Notification
Profile