Nojoto: Largest Storytelling Platform
royshreejayotpal5464
  • 13Stories
  • 66Followers
  • 68Love
    174Views

Roy Shree Jayotpal

School Teacher

  • Popular
  • Latest
  • Video
8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

#LockdownStories
8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

Rajbanshi poem

Rajbanshi poem

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

Rajbanshi poem

Rajbanshi poem

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

From Gitanjali by R.N Tagore

From Gitanjali by R.N Tagore

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

নীলা খামৰ চিঠি  ?( কবিতা )

নীলা খামৰ চিঠি ?( কবিতা )

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

It is wonderful how much time good people spend fighting the devil. If they would only expend the same amount of energy loving their fellow men, the devil would die in his own tracks of ennui.

Helen Keller Jtpl collection

Jtpl collection #Music

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

It is wonderful how much time good people spend fighting the devil. If they would only expend the same amount of energy loving their fellow men, the devil would die in his own tracks of ennui.

Helen Keller

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

লক ডাউনৰ সময় 
------
লক ডাউনৰ সময়খিনি
ঘৰত বহি কি কৰিছা বন্ধু ?
লক ডাউনৰ সামৰণিত
কি কৰিলে বুলি
কোনোবাই সুধিলে 
উত্তৰ দিয়াৰ বাটটো কিন্তু

লক ডাউনৰ সময় ------ লক ডাউনৰ সময়খিনি ঘৰত বহি কি কৰিছা বন্ধু ? লক ডাউনৰ সামৰণিত কি কৰিলে বুলি কোনোবাই সুধিলে উত্তৰ দিয়াৰ বাটটো কিন্তু

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

লক ডাউনৰ সময় 
------
লক ডাউনৰ সময়খিনি
ঘৰত বহি কি কৰিছে বন্ধু ?
লক ডাউনৰ সামৰণিত
কি কৰিলে বুলি
কোনোবাই সুধিলে 
উত্তৰ দিয়াৰ বাটটো কিন্তু
সজাই থোৱাই সমীচিন ৷
নেলাগে নজনাটো কৰিব
নেলাগে অপছন্দৰ কিবা কৰিব 
কৰিম জনাটো 
কৰিম পৰাটো
কৰিম ভাল লগাটো ৰাতি দিন  ৷
নালাগে বন্ধু কৰিব 
আনক আঘাত দিয়া কিবা
নালাগে  বন্ধু কৰিব 
আইনৰ ৰোষত পৰা কিবা 
কৰোঁ আহা বন্ধু 
নিজৰ লগতে আনক
মন প্ৰফুল্ল কৰা কিবা এটা ৷
জনা খিনিকে বিকশিত কৰি
বাকি দিওঁ আহা
 লক ডাউনত বন্দী বৃন্দক
এটি জীপাল সুদিন ৷
নোৱাৰিলে বন্ধু
শুইয়ে  থাকিবা নিৰৱে নিতালে
উপভোগি আনৰ সৃষ্টিৰ ভোগজৰা ৷
মাজে মাজে উঠি বিলাবা
তোমাৰ প্ৰেমৰ ভোগজৰা
যোগাই ধৰ্য্য ধৰাৰ প্ৰেৰণা ৷
মাজে মধ্যে ঈশ্বৰক সুঁৱৰি বহি 
দহৰ বাবে  দেশৰ বাবে
 কৰিবা মঙ্গল প্ৰাৰ্থনা ৷
ব্যতিৰেকে লক ডাউনে 
আনিব পাৰে আমালৈ
অনুতাপ দাৱানল ভৰা কুদিন ৷
হ’ব লাগিব সেই প্ৰশ্নৰ 
নিলাজ উত্তৰবিহীন ৷৷
----
- জয়োৎপল 
০৬/০৪/২০২০ লক ডাউনৰ সময়

লক ডাউনৰ সময় #poem

8af2bbab9b8cb8c41a4331617d815db8

Roy Shree Jayotpal

A story.

A story.

loader
Home
Explore
Events
Notification
Profile