Nojoto: Largest Storytelling Platform
santanuchaophran2778
  • 4Stories
  • 5Followers
  • 15Love
    0Views

Santanu Chaophrangmong

short story writer, poetry

  • Popular
  • Latest
  • Video
8afb508c5c54d32c0aa214b1c5ba9b01

Santanu Chaophrangmong

৩১-১২-২০১৯ আৰু কেইটামান ঘণ্টা বাকী, পুৰণিক বিদায়দি নতুনক আদৰি ল'ম ।২০১৯ বৰ্ষটোত অনাকাংক্ষিত শাৰীৰিক অসুস্থতাৰে ৯ মাহ‌ পাৰ কৰিলোঁ এনে দৰেই বিদায় দিলো জীৱনৰ এটা কষ্ঠ-দুখৰ বৰ্ষ ।এই বৰ্ষটোত কোনোবাই মোক মোৰ জ্ঞাত-অজ্ঞাতে,ভুলতে বেয়া পাই আছিল বা কৰোবাৰ ওচৰত যদি ভুল কৰিছিলোঁ তেন্তে পুৰণি বৰ্ষতে ক্ষমা কৰি নতুন বৰ্ষত নতুনকৈ আদৰি ল'ব ।আনৰ প্ৰতি ক্ষোভ-হিংসা লৈ শান্তিৰে জিয়াই থাকিব নোৱাৰে ।নতুন চিন্তাৰে নতুনক আদৰি ল'ওক; আৰু মোকো আশীৰ্বাদ কৰিব যাতে অসুস্থতাৰ পুৰণি চুলাতো খুলি নতুন বৰ্ষত ন-উদ্যম,সাহস,চিন্তা,হেঁপাহ, আশাৰে বাট বুলিব পাৰোঁ ।
নৱবৰ্ষৰ প্ৰাক-সন্ধ্যাটিত সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।আগন্তুক বৰ্ষটি সকলোৰে বাবে শুভ হওক । সমাজৰ ন্ঞৰ্থক শক্তি সমূহ লোপ পাওঁক, হিংসা‌-বৰ্বৰতা, সাম্প্ৰদায়িক ভাৱ-ধাৰা দূৰ হওঁক,বিদ্বেষী সকলে সু-মতি পাওঁক ।এয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা ।।🙏
HAPPY NEW ¥€@R 2020 happy new year 2020

happy new year 2020 #story

8afb508c5c54d32c0aa214b1c5ba9b01

Santanu Chaophrangmong

জোনাকত জোনাকী হেৰাই যায়, 
ব্যস্ততাত মৰম হেনো কমি যায়!! reality #quotes

reality #Quotes

8afb508c5c54d32c0aa214b1c5ba9b01

Santanu Chaophrangmong

কেন্দ্ৰীয় মহাবিদ্যালয়ৰ মৰম লগা ছোৱালী জনী
  তোমাক কিন্তু আজিও পাহৰিব পৰা নাই;
কেনেকৈনো পাহৰো
 তোমাক প্ৰথম দেখাতে যিটো মনৰ খলকনি,আজিলৈ কোনোৱে সেই স্থান পূৰাবই পৰা নাই অ' !!
   কলেজীয়া দিনৰ প্ৰতিটো অনুভূতি আজিও সজিব.....
     বিশেষ-বিশেষ তোমাৰ নামটো মোৰ বাবে বিশেষ ।। ❣️

❣️ #poem

8afb508c5c54d32c0aa214b1c5ba9b01

Santanu Chaophrangmong

কাঁচৰ দৰে  থুনুকা সপোনবোৰ কেতিয়াবা ভাগি যাব খোজে ।। #quotes


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile