Nojoto: Largest Storytelling Platform
brishti5594
  • 16Stories
  • 58Followers
  • 69Love
    295Views

Brishti(ras)

Fun loving,introvert,bookholic,lovepoetry

  • Popular
  • Latest
  • Video
8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

assamese

assamese #poem

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

Broken

Broken #poem

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

তুমি এতিয়া সুখি
মইও 😄
কিন্তু আমাৰ সপোনটোৱে বিন্ধে বৰকৈ
তোমাক এতিয়া নিৰবে চাঁও
কবলৈ একো যে নাই 
সময়ে সকলোকে কন্দুৱাই
মোৰ শুভকামনা সুখি হোৱা
তিল তিলকৈ মৰি যোৱা কলিজাত
শেৱালি হৈ নোফোলিবা

ৰশ্মী চাংমাই

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

আন্ধাৰত চাঁ লোকোৱা দি
কেতিয়াবা হৃদয়ৰ 
আপোনজনো
সময়ৰ সোঁতত 
অচিনাকী হৈ পৰে


ৰশ্মী চাংমাই

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

সপোন সদায় বিলাসী
ধৰি লোৱা তোমাক নিজৰ কৰাটোতো 
সপোনেই আছিল

ৰশ্মী চাংমাই

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

তুমি ভাবিছা চাগে
তোমাৰ অবিহনে কেনেকৈ আছো
আচলতে মানুহ ভিতৰি মৰি গলে 
আৰু কোনোদিন হাহিঁব নোৱাৰে
কিন্তু সুখি হোৱাৰ অভিনয় কৰে😘

ৰশ্মী চাংমাই

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

Goodbye এদিন তুমি আতৰি নোযোৱাৰ
শপত দিছিলা
আৰু এতিয়া তুমিয়ে
আগত গুছি গলা

ৰশ্মী চাংমাই

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

Truth and Lie Start loving self because 
One who love himself
Cant hurt others


Rashmi

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

Love and Hate Ban na h toh 
mombati bano
khud jal k
dusron ko ujala dene main
alag hi khusi hain

Rashmi

8c88c3fd6dde6a25de42b45b63dd217a

Brishti(ras)

জীয়াই থাকোতেই 
গুৰুত্ব দিব শিকিলোৱা
মৰিলে শত্ৰুৱেও
চকুপানী টুকিব

:ৰশ্মী চাংমাই: Pyar karna hain toh abhi hi karlon marne ka baad toh dusmon bhi rota h

Pyar karna hain toh abhi hi karlon marne ka baad toh dusmon bhi rota h #Quote

loader
Home
Explore
Events
Notification
Profile