Nojoto: Largest Storytelling Platform
nojotouser6769606708
  • 7Stories
  • 23Followers
  • 28Love
    140Views

D Bharati Kalita

  • Popular
  • Latest
  • Video
e8cb518d59e5ea53dcea9f24ffdcf47e

D Bharati Kalita

#Flute #poem
e8cb518d59e5ea53dcea9f24ffdcf47e

D Bharati Kalita

#leftalone #poem
e8cb518d59e5ea53dcea9f24ffdcf47e

D Bharati Kalita

-প্ৰেম কেনেকুৱা হোৱা উচিত দি?

"য'ত শৰীৰৰ মিলন নহয় দুটি আত্মাৰ মিলন হয়! তোমাৰ চকুহালে ক'ব খোজা কথাবোৰ তোমাৰ চকুত চকু থৈ বুজি উঠে! মৌন ওঁঠযুৰিৰ ভাষাবোৰ যিখন হৃদয়ে নকলেওঁ বুজে!😊  
ওঁঠত ওঁঠ লগাই চুমা নাখালেওঁ য'ত ভালপোৱাবোৰ দুগুণ হয়! চিনেমাৰ দৰে কথাবোৰ নহয়, ধৰা.... তোমাৰ ৰঙা দুপাত্তাখন বতাহত উৰি মোৰ গালত লাগি যায় , তেনেকুৱা প্ৰেম চিনেমাবোৰতহে সম্ভৱ! এটা কথা ক'ব পাৰিম তোমাক তুমি হিচাপে ভালপাওঁ❤️".....

-কিমান ভালপোৱা মোক?.......

"নাজানোঁ,,,,,!😊
মাথোঁ, এটাই কথা জানোঁ মোক জন্ম দিয়া আইক যিমান ভালপাওঁ , ঠিক তেওঁৰ দৰে সিমানেই ভালপাওঁ❤️ ".......

-ভালপোৱাৰ ৰং কি হ'ব পাৰে দি?

'ভালপোৱাৰ ৰং🙄'??

-উম্,, ভালপোৱাৰ ৰং....😊

"চিৰসেউজীয়া💚💚
 য'ত শৰীৰটো বুঢ়া হয় কিন্তু, মনবোৰ সদায় ডেকা হৈ থাকে! তেনেকুৱা ভালপোৱা চিৰস্থায়ী, চিৰসেউজীয়া.....

-থাকিবা ন সদায়?
"উশাহবোৰ যাৰ নামত লোৱা হয় তেওঁ থকা নথকাৰ প্ৰশ্নই নুঠে,, উশাহৰ অবিহনে মানুহৰ জীয়াই নাথাকে"........

©D Bharati Kalita #Dark gkk
e8cb518d59e5ea53dcea9f24ffdcf47e

D Bharati Kalita

story
#leftalone #

story #leftalone #

e8cb518d59e5ea53dcea9f24ffdcf47e

D Bharati Kalita

favorite 😍 
#deshkeveer

favorite 😍 #deshkeveer #Love

e8cb518d59e5ea53dcea9f24ffdcf47e

D Bharati Kalita

love

#violin


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile