Nojoto: Largest Storytelling Platform
sumigogoi8428
  • 22Stories
  • 42Followers
  • 153Love
    5.5KViews

Sumi Gogoi

Moody Writer Addicted for Music Sad Soul

  • Popular
  • Latest
  • Video
f658fa460e86354852e0742379be6267

Sumi Gogoi

এইযে মই ভাৱো, "Let's move on"
আৰু তেতিয়াই মনটোত 
তুমি নামৰ দুৰ্বলতাই আহি ধৰা দিয়ে☹️☹️ #দুৰ্বলতা

#দুৰ্বলতা #Quote

f658fa460e86354852e0742379be6267

Sumi Gogoi

#junakir_porokh
f658fa460e86354852e0742379be6267

Sumi Gogoi

#tatto
f658fa460e86354852e0742379be6267

Sumi Gogoi

#poem
#assamese
f658fa460e86354852e0742379be6267

Sumi Gogoi

#loveletterbydipaksarma
f658fa460e86354852e0742379be6267

Sumi Gogoi

#loveletterbydipaksarma
f658fa460e86354852e0742379be6267

Sumi Gogoi

#এদিন আমি #লগ হ'ম
#written by #Junak

#এদিন আমি #লগ হ'ম #written by #Junak

f658fa460e86354852e0742379be6267

Sumi Gogoi

Assamese poem

Assamese poem

f658fa460e86354852e0742379be6267

Sumi Gogoi

প্ৰেম.....
এক অপাৰ্থিৱ সুখ,
প্ৰেম সাহস,
প্ৰেম প্ৰেৰণা,
প্ৰেমে দি যায় বহু কাইটীয়া আঁচোৰ
কিন্তু প্ৰেমেই দেখোন শিকাই
নতুনকৈ নিজক সৃষ্টি কৰিবলৈ....
প্ৰেম বিছাৰি ফুৰা বসন্ত নিবিড়ে
হয়তো বুজি পাব
প্ৰেমৰ আমেজ ক'ত??
অনিমেষৰ কাষত ব্যাকুল হৈ
প্ৰেমৰ সংজ্ঞা বিছৰা অৰুন্ধতীয়েও জানে
প্ৰেম মানেনো কি?
এইযে নীল-দীপালীৰ প্ৰেম
উন্মাদিত যৌৱনৰ পৰা জীৱনৰ অন্তিম নিশ্বাস লৈকে,
প্ৰেমে সকলো দি যায়
সুখ-দুখ
হাঁহি-কান্দোন
স্মৃতি-সোঁৱৰণি,
দুখত হৈ হাজাৰ সৃষ্টি
আৰু সুখবোৰে দিয়ে জীয়াই থকাৰ প্ৰেৰণা ।


📖চুমি গগে

f658fa460e86354852e0742379be6267

Sumi Gogoi

জানানে, অনুভৱত তোমাক লৈয়ে 
মোৰ দিনটো আৰম্ভ হয়,
সাৰ পাইয়ে অনুভৱ কৰো তোমাক ।

দিনটোৰ প্ৰতি মুহূৰ্তত
তোমাৰ প্ৰতিচ্ছবি ভাঁহি আহে দুচকুত,
এইয়াই মনত পৰি গ'ল
জিভা উলিয়াই ভেঙুচালি কৰিলো,
কেতিয়াবা অকস্মাতে তোমাৰ মুখখনি
দুচকুত আহি দোলা দিলে আৰু
ওঁঠত হাঁহি এটি বিৰিঙি গ'ল ।

কেতিয়াবা মন যায়
তোমাৰ কপালত ওঁঠৰ পৰশ সানিব,
আকৌ কেতিয়াবা মন যায়
তোমাৰ বুকুত মূৰ গুজি টোপনি যাবৰ ।

এনেকৈয়ে যেতিয়াই তেতিয়াই
তুমি আহি মোক আমনি কৰা,
তোমাৰ আমনি কৰাৰ 
কোনো নিৰ্দিষ্ট সময় নাই
না আছে স্থান, কাল, পাত্ৰ ।

(সঁচাকৈ অভিলাষ তুমি মোক কোনোবাদিনা পাগল কৰিবা)

📖চুমি গগৈ

loader
Home
Explore
Events
Notification
Profile