Find the Latest Status about jumi kalita from top creators only on Nojoto App. Also find trending photos & videos about, jumi kalita.
sangita
মোৰ সেই প্ৰাণচঞ্ছলা মনটো এতিয়া বিষাদৰ তিক্ত আচ্ছাদনত আচ্ছাদিত। #YourQuoteAndMine Collaborating with Nomita Kalita
#YourQuoteAndMine Collaborating with Nomita Kalita
read moresangita
বিষাদে,, মোৰ হৃদয়ত থিতাপি লৈছে.. বিষাদ গাথাক লৈ!! প্ৰাণ ঢালি কবিতা লিখাৰ!!! #YourQuoteAndMine Collaborating with Bitupon Kalita
#YourQuoteAndMine Collaborating with Bitupon Kalita
read moresangita
মোৰো মন যাই, তোমাৰ সৈতে , অনুভূতিৰ আচ্ছাদনত জিৰণি লবলৈ কিন্তু বিধিৰ.... মই যে তুমিবিহীন। #YourQuoteAndMine Collaborating with Bitupon Kalita
#YourQuoteAndMine Collaborating with Bitupon Kalita
read moresangita
ৰান্ধনী বেলিয়ে সেন্দুৰ আকি দিয়া পক্ষীজনী এতিয়া নিশাৰ নিষাদৰ ত্ৰাসত সৰ্বস্বান্ত। # জীৱন #YourQuoteAndMine Collaborating with Anupam kalita
# জীৱন #YourQuoteAndMine Collaborating with Anupam kalita
read moresangita
বোলাই দিবানে আবিৰ ৰঙাকৈ হৃদয়ৰ কুঠৰীত , মচি দিবানে মোৰ উকা হিয়াৰ বিননি? #আকৌ এবাৰ #YourQuoteAndMine Collaborating with Anupam kalita
#আকৌ এবাৰ #YourQuoteAndMine Collaborating with Anupam kalita
read moresangita
আমাৰ প্ৰণয়ক লক্ষ্য কৰি তুমি প্ৰেৰণ কৰা প্ৰতিপাত শৰধিয়েই মোৰ হৃদয়ৰ নিস্বাৰ্থ প্ৰহৰীৰ হাতত ব্যৰ্থ, নোৱাৰিবা অনুমান কৰিব মোৰ হৃদয়ৰ দুৱৰীৰ নিস্কলুষ বিশ্ৰম্ভৰ প্ৰাৱল্য।। #তুমিহীন #openforcollab #YourQuoteAndMine Collaborating with Anupam kalita
#তুমিহীন #openforcollab #YourQuoteAndMine Collaborating with Anupam kalita
read more