Nojoto: Largest Storytelling Platform

New cigna ttk Quotes, Status, Photo, Video

Find the Latest Status about cigna ttk from top creators only on Nojoto App. Also find trending photos & videos about, cigna ttk.

    LatestPopularVideo

Saurabh Hazarika

ttk

read more
দেখাত মৰম লগা
সৰু পোৱালী দৰে থকা
ছোৱালী জনীক 
লগ পোৱা ৪ বছৰে
হ'ল!!
২০১৭ চনত প্রথম 
লগ পোৱাৰে পৰা
আমাৰ মাজত বন্ধুত্ব
নহয় 
শত্রুতা হে বাঢ়িছিল..
হাঁ,, কি যে দিন আছিল !!
ভুল কাৰ ক'ত কি ,
বিচাৰ কৰিব নেযাওঁ..
হয়তো ভুল নাছিল,
ইংৰাজীত ক'বলৈ গ'লে
"Misunderstanding"
হে...
কিন্তু কয় ন'হ 
সত্য কেতিয়াওঁ 
লোকায় নাথাকে!!
সময়ৰ মেৰ পাকত
কেনেকৈ কি হল
ধৰিবৰে নোৱাৰিলো!!
মোৰ
mobile ত highest 
call ,মেছেজ 
অহা পৰা
বিপদত কাষত থিয়
দিয়া লৈকে,
গঢ়ি উঠিল
আজি আমাৰ
বন্ধুত্বৰ সম্পর্ক,
সুঊচ্চ হিমালয়ৰ
দৰে ঠন হৈ 
জীয়াই থাকক 
বান্ধোন বোৰ
                                               সৌৰভ ttk
loader
Home
Explore
Events
Notification
Profile