Find the Best strongfriendship Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about love anthem for world peace str, love anthem str, quotes about life being hard but staying strong, stand alone and strong quotes, quotes about being strong and happy,
Bonti Das
পাগলী বান্ধৱী --------------------- তাই জনী মৰমৰ মোৰ তাই জনী প্ৰিয় মোৰ, সৌ- শৈশৱতে লগ পোৱা তাই জনী আজিও লগত মোৰ, সেই কাৰণেই টো কৈছো পাগলী জনী বৰ প্ৰিয় মোৰ। তাইক দেখাৰ লগে লগে দুটি ওঁঠত ভাহি উঠে হাঁহি মোৰ, আমাৰ সুখ- দুখেৰে হোৱা কথাবাৰ্তাৰ মাজত বহুতো আবেগ, অনুভূতি থাকে তাই আৰু মোৰ, সৌ- শৈশৱৰ মুনু জনী সচাকৈ অতি আপোন মোৰ। বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই থাকিম সদায় এইয়া প্ৰতিশ্ৰুতি তোমালৈ মোৰ, কথা দিলো প্ৰিয়ে, চিৰদিনে "পাগলী বান্ধৱী" হৈ ৰʼবা তুমি মোৰ। ©Bonti Das বন্ধুত্ব ❤️ #friendforever #friendlove #Yaari #strongfriendship
বন্ধুত্ব ❤️ #friendforever #friendlove #Yaari #strongfriendship #Poetry
read moreBonti Das

read moreSri Harsha Reddy
Everything can be cleared only through friendship. ©Harsha Reddy.....❤️❤️❤️ #strongfriendship #Trurfriends
#strongfriendship #Trurfriends
read more
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited