Find the Best poemassamese Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about the way i love you poem, assamese love sad poem, assamese sad love poem, example of poem about love, assamese romantic poem for love,
Porishmita Neog
তুমিয়েই মহীয়সী আমাৰ মাতৃ ✍️ পৰিষ্মিতা নেওগ হে নাৰী, তুমিয়েই অৰ্ধাঙ্গীনি, তুমিয়েই মহীয়সী তুমিয়েই আমাৰ আই তোমাৰ কোলাতেই প্ৰথম চকু মেলিলো তোমাৰ কোলাতেই ধৰা খন দেখিলোঁ তোমাৰ পৰাই শিক্ষা জীৱনৰ প্ৰথম পাতনি মেলিলোঁ । সময়ত দুৰ্গা,সময়ত মা -কালি তুমি জননী আৰু তুমিয়েই ভগ্নী । তথাপিও চোন যুগে যুগে তুমিয়েই লাঞ্চনাৰ বলী। নাৰী তুমি দুৰ্বল ন'হবা সবল হোৱা যুঁজ দিয়া অন্যায়ৰ বিৰুদ্ধে, পুৰুষ - নাৰী ভেদা ভেদ অনাসকলক দেখুৱাই দিয়া তোমাৰ সাহসৰ যুক্তি। নাৰী তুমিয়েই মহীয়সী আমাৰ মাতৃ।। .. ©Porishmita Neog #ChaltiHawaa তুমিয়েই মহীয়সী আমাৰ মাতৃ।। #womenempowerment #poemassamese #poetryassam #viral #EXPLORE
#ChaltiHawaa তুমিয়েই মহীয়সী আমাৰ মাতৃ।। #womenempowerment #poemassamese #poetryassam #viral #EXPLORE #Poetry
read more
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited