Find the Best debu Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about what is your impression of debu, debu ki na ho, lalu ke debu ki modi ke dekho, debut meaning, debugging meaning,
debajit sarmah
হেৰৌ সোণপাহি তোৰেই শপত আজিৰ পৰা আৰু নাচাও গাভৰু জোন, হাতনি পেৰাত সুমুৱাই থম পোৱা নোপোৱাৰ যত হুমনিয়াহ, তোৰ অভিমানৰ জুই নুমালেই বুকুত লহপহে বাঢ়িব এটি কদমফুলীয়া সপোন, দুখ নকৰিবি সোণপাহি তোৰ বাবেই পিতায়ে এৰি গৈছে বোকামাটি আৰু কলীয়া জহাৰ লখিমী পথাৰ, আঘোণৰ সোণালী ধাননিক সাক্ষী কৰি এদিন লৈ আহিম তোক উৰুখা পজালৈ, জ্বলি পুৰি মৰিব গাভৰু জোন..... #debu
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited