Nojoto: Largest Storytelling Platform

Best proffessionursing Shayari, Status, Quotes, Stories

Find the Best proffessionursing Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about

  • 1 Followers
  • 1 Stories

Priti priyam b.kashyap

মাতৃত্বৰ মমতাৰ উদাৰতাৰে ভৰপূৰ মোৰ হৃদয়,
আৰু নিচাৰ্থ প্ৰেমেৰে ভৰা অস্তিত্ব।
 হয়! মইয়ে florence nightingaleৰ সু পুত্ৰী 
নাৰ্চ হয়! 

প্ৰতি অসীম ৰোগীক মমতাৰ আবোৰেৰে
আকৌ জিপাল কৰিব শিকো প্ৰতি ক্ষণে,
নিজৰ চিকিৎসা বিজ্ঞানৰ জ্ঞানেৰে
সজীৱ কৰিব জানো প্ৰতি পলে।
হয়! মইয়ে florence nightingaleৰ সু পুত্ৰী 
নাৰ্চ হয়! 
 
কৌশল শত্ৰু মই!
প্ৰতি ব্যক্তিৰ কণিকাত অবস্থিত হৈ ৰুৱা বীজাণুৰ৷ জাগ্ৰত যুঁজাৰু মই হাজাৰ খন ৰণৰ।
হয়! মইয়ে florence nightingaleৰ সু পুত্ৰী 
নাৰ্চ হয়! 

নৰ নাৰীৰ  ভেদ ভাৱ নাৰাখি
 মই  সেৱা কৰো।
সকলোৰে সুস্বাস্থ্য  বাবে 
মই পৰিশ্ৰম কৰো।
হয়! মইয়ে florence nightingaleৰ সু পুত্ৰী 
নাৰ্চ হয়! 

নাৰ্চিং মাথু এটি পেশা নহয় ,
ই এক কলা,
হাজাৰ জনৰ হাঁহিত হাঁহিব শিকা 
এক কলা।
মৰহা গোলাপক জীৱন দান দিবজনা 
এক কলা।
হয়! মইয়ে florence nightingaleৰ সু পুত্ৰী 
নাৰ্চ হয়! 

এক সক্ষম ব্যক্তিত্ব অধিকাৰী মই,
সহানুভূতিশীল আৰু উদ্যমেৰে 
আগবাঢ়োঁ প্ৰতি মূহুৰ্তত।
হয়! মইয়ে florence nightingaleৰ সু পুত্ৰী 
নাৰ্চ হয়! 

মানৱ সেৱাৰ ভাগ্যৰে জন্মিত মই,
ধৰাত  ঈশ্বৰ  ৰূপে সেৱিকা মই।
নাৰ্চিং হ'মৰ প্ৰতিখৰ চাকিৰ 
দিপ্তী মই।
মানৱ সেৱাৰ জ্ঞানৰ ভৰাল মই।
হয়! মইয়ে florence nightingaleৰ সু পুত্ৰী 
নাৰ্চ হয়! #lost #nurseweek #proffessionursing #lovemyproffesion  #loveformankind


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile