Find the Best বৰষুণ Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos aboutবৰষà§à¦£à§° status, বৰষà§à¦£ আৰৠপà§à§°à§‡à¦®, বৰষà§à¦£à§° বতৰত মইনা নà§à¦ ে, বৰষà§à¦£à§° দিনবোৰ, বৰষà§à¦£à§° কবিতা,
R...🍁
দোপালপিটা বৰষুণ....🌧 এখন খোলা খিৰিকী... এপিয়লা চাহ আৰু এখন উপন্যাস...☕📖 ❤অসংযত জীৱনৰ প্ৰিয় সময়খিনি....❤ #বৰষুণ #উপন্যাস #এপিয়লা_চাহ #অনুভৱ #yqbaba #yqbandhoi #assamese #assamesewriters
#বৰষুণ #উপন্যাস #এপিয়লা_চাহ #অনুভৱ #yqbaba #yqbandhoi #Assamese #assamesewriters
read moreR...🍁
মেঘৰ মাদলত আজি বৰষা নামিছে... উটুঁৱাই নিছে সমস্ত আৱেগ... ডাঙৰ পৃথিৱী এখন আছে যি তাইক কোঙা কৰি পেলাই প্ৰতি খোজত। হাজাৰ অভিমান বুকুত লৈয়ো ওঠত সেই নিলাজ হাঁহিটো কেনেকৈ থাকে বাৰু?প্ৰশ্ন কৰে বহুজনে। প্ৰকৃততে নিৰৱতা তাইৰো প্ৰিয়...!!কিন্তু কি কৰিব,নিৰৱ পৃথিৱীখনত যে বৰ কষ্ট কোনে বুজে? ব্যস্ততাক আঁকোৱালি লয় হাঁহি হাঁহি জীয়াই থকাৰ হেঁপাহত...!! আজি সীমাহীন অপেক্ষাৰ অন্তত বৰষাই ধৰা দিলে কোলাত, অজুহাত পালে কাজল তিতোৱাৰ। বৰষুনজাকত কাজল তিতিল,তাই তিতিল আৰু হেঁপাহ পলুৱাই তিতিল...!! চিয়ৰি উঠিল "নামি আহা বৰষা,নামি আহা,মোক সুযোগ দিয়া কান্দিবলৈ,আন্ধাৰৰ এই কান্দোন মোৰ বৰ আপোন জানা?কিয়নো বৰষুনৰ টোপালেও যে ঢাকি ৰাখে তাক।" #বৰষুণ #yqbaba #yqbandhoi #assamese #অসমীয়া_অনুভৱ #অনুগল্প #assamesewriters #assam
#বৰষুণ #yqbaba #yqbandhoi #Assamese #অসমীয়া_অনুভৱ #অনুগল্প #assamesewriters #Assam
read more
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited