Nojoto: Largest Storytelling Platform

নষ্ট হৃদয়খনৰ এগৰাকী পুৰণি ভাড়াতীয়া মই নিজস্বতা না

নষ্ট  হৃদয়খনৰ এগৰাকী পুৰণি ভাড়াতীয়া মই
নিজস্বতা নাই সেয়ে গটাব নোৱাৰি কাকো,
দায়িত্বত পোঁ‌ত খাই ডিঙিলৈকে ধাৰ.....
ঘূৰ্মুতিয়াই ফুৰিছো ঠিকনা বিচাৰি...
কিন্তু,নিৰাশ হৈ উভটিছো।।
হয়তো অজানিতে ক'ৰবাত এৰি আহিলো হৃদয়খন 
ঠিকনাবিহীন এখন হৃদয়,তাত কেৱল সপোনৰ সমাধি
সেয়ে আজি ভাড়াতীয়া মই নিজ হৃদয়ৰ...!! #yqbaba #yqbandhoi #yqassamese #assamese #অসমীয়া #ভাড়াতীয়া #হৃদয় #সপোনৰ_সমাধি

richabhattachary1137

R...🍁

New Creator

#yqbaba #yqbandhoi #yqassamese #Assamese #অসমীয়া #ভাড়াতীয়া #হৃদয় #সপোনৰ_সমাধি