Nojoto: Largest Storytelling Platform

মৰমবোৰ ৰৈ গ'লে, ইতিহাসেও মাত দিব। হৃদয়ৰ কাহিনী এ

মৰমবোৰ ৰৈ গ'লে,  ইতিহাসেও মাত দিব। 
হৃদয়ৰ কাহিনী এটিয়ে.....
আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব। 

যদি আস্থাবোৰ-------
শোতোৰা পৰা হাতখনিৰ 
ভাঁজলৈকে শিপাই যায়। 
যদিহে আৱেগবোৰেও------
বয়সে চুই যোৱা দুকপোলকো
পৰশি যায়।। 
                             
তেন্তে 
কিংবদন্তি হৈ পৰিব----
(এই আধ্যা )।
এই হৃদয়ৰ কাহিনী যুগৰ শেষলৈ শিয়াব।। #ভালপোৱা 
মৰমবোৰ ৰৈ গ'লে,  ইতিহাসেও মাত দিব। 
হৃদয়ৰ কাহিনী এটিয়ে.....
আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব। 

যদি আস্থাবোৰ-------
শোতোৰা পৰা হাতখনিৰ 
ভাঁজলৈকে শিপাই যায়।
মৰমবোৰ ৰৈ গ'লে,  ইতিহাসেও মাত দিব। 
হৃদয়ৰ কাহিনী এটিয়ে.....
আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব। 

যদি আস্থাবোৰ-------
শোতোৰা পৰা হাতখনিৰ 
ভাঁজলৈকে শিপাই যায়। 
যদিহে আৱেগবোৰেও------
বয়সে চুই যোৱা দুকপোলকো
পৰশি যায়।। 
                             
তেন্তে 
কিংবদন্তি হৈ পৰিব----
(এই আধ্যা )।
এই হৃদয়ৰ কাহিনী যুগৰ শেষলৈ শিয়াব।। #ভালপোৱা 
মৰমবোৰ ৰৈ গ'লে,  ইতিহাসেও মাত দিব। 
হৃদয়ৰ কাহিনী এটিয়ে.....
আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব। 

যদি আস্থাবোৰ-------
শোতোৰা পৰা হাতখনিৰ 
ভাঁজলৈকে শিপাই যায়।
nojotouser9103025844

sangita

New Creator

#ভালপোৱা মৰমবোৰ ৰৈ গ'লে, ইতিহাসেও মাত দিব। হৃদয়ৰ কাহিনী এটিয়ে..... আকৌ ক'ৰবাত ভালপোৱাৰ ৰঙ সানিব। যদি আস্থাবোৰ------- শোতোৰা পৰা হাতখনিৰ ভাঁজলৈকে শিপাই যায়। #yqbandhoi #yqassamese #writersofassam