Nojoto: Largest Storytelling Platform

ভালপোৱা আৰু ভাললগা একেই নে...?❤ একেই নে দুয়োটাৰ অন

ভালপোৱা আৰু ভাললগা একেই নে...?❤
একেই নে দুয়োটাৰ অনুভৱ....?❤
:ওহো....নহয়...!!
ভাললগা হ'ল সেইপাহ ফুল যাক চিঙি আমি নিজৰ কৰি ল'ব বিচাৰো,😍
আৰু ভালপোৱা হ'ল ফুলপাহক ডালত থাকিবলৈ দি প্ৰতিপাল কৰি সুখ পোৱাটো...।।😍😍
ভাললগা হ'ল সেইটো পখিলা যাৰ ৰূপত মতলীয়া হৈ আমি তাৰ আলসুৱা পাহিত ধৰিবলৈ বিচাৰো,😍
আৰু ভালপোৱা হ'ল তাক আপোনপাহৰা হৈ উৰি ফুৰা চাই নিজে সুখী হোৱাটো...।।😍😍
বুজিলা এতিয়া...?
:হুমম বুজিলো!!তেন্তে মই কি তোমাৰ ভালপোৱানে, ভাললগা?😑
: ...........[বিৰাজ কৰিল নিৰৱতা].....!! #ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #assamese #love #yqwriters

richabhattachary1137

R...🍁

New Creator

#ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #Assamese love #yqwriters