Nojoto: Largest Storytelling Platform
swastikasarmah7654
  • 37Stories
  • 38Followers
  • 295Love
    1.9KViews

Swastika Sarmah

  • Popular
  • Latest
  • Video
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

“বন্ধু”
 বন্ধু নহয় মাথো এটি শব্দ
তুমি যে প্ৰেৰণাৰ অমল উৎস!
দুটা শৰীৰ এটি মন
ৰিক্ত হিয়াক সিক্ত কৰি
জাতিস্কাৰ কৰা মনৰ পদুলী
আবেগৰ দলিচাত সানা
হিয়া স্পন্দিত হয়
সপ্ত সুৰৰ ৰাগিনীত
🦋🦋🎀🎀🎀🦋🦋
✍🏻 Swastika.Sky #cousinsday
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

মাজে মাজে ভাৱো....  😌
_মোৰ এষাৰ মাতৰ বাবে
কোনে বাৰু ৰৈ থাকে ? 😊

_মোৰ পৰা পোৱা এষাৰ কথাই
 কাক বাৰু নিমিষতে সুখী কৰে ? 😍


মইয়ো কৰোবাৰ বিশেষ নে............ 💐❤️
                            _Swastika.sky #Freedom
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

১৯৯৯ চনৰ ২৬ জুলাই অথাৎ আজিৰ দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত পাকিস্তানক পৰাস্ত কৰিছিল !
সেই যুদ্ধজয়ী সেনা সকলৰ মাজত মোৰ বৰদেউতাও আছিল ৷
আমাৰ সুভাগ্য যে তেওঁ আমাৰ মাজলৈ সুকলমে ঘূৰি আহিছিল ৷
 আজি এই পবিত্ৰ দিনটোত প্ৰতিজন ভাৰতীয় সেনাক “কাৰ্গিল বিজয় দিৱস”ৰ শুভেচ্ছা জনাইছোঁ ! 💐💐
লগতে
দেশৰ হকে জীৱন বলিদান দিয়া প্ৰত্যেকজন বীৰ শ্বহীদলৈ প্ৰণাম জনাইছোঁ ৷🙏🙏
জয় হিন্দ ! 🇮🇳🇮🇳🇮🇳 👮🏻‍♂️👮🏻‍♂️👮🏻‍♂️

Swastika.Sky #IndiaLoveNojoto
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

এইটো নুসুধিবা যে জীৱনে কেতিয়া সুখ দিয়ে !
কাৰণ জীৱনটোক লৈ অভিযোগ সেইসকলেও কৰে, যাক.....
জীৱনে সকলোবোৰ দিছে...! #cousinsday
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

মানুহে অকল প্ৰেমক এনেই বদনাম দিয়ে !

ঠগিতো সেইসকলো যায়
যিয়ে হোমৰ জুইৰ আগত সাতপাক ঘূৰি নাইবা এশ এগছি চাকিৰ সাক্ষী কৰি নিজৰ কৰে !


_Swastika Sky #Fire
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

i wrote my feelings
not a random thoughts...

_Swastika Sky #Journey
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

সৰুতে যেতিয়া কান্দিছিলো তেতিয়া এইটোৱেই ভাৱিছিলোঁ যে যেনেকৈ হ’লেও মায়ে আহি দেখি ল’ওক, কাৰণ যিটো বস্তু কাৰণে কান্দিছো সেইটো যাতে পাই যাওঁ !
আৰু
এতিয়া কান্দিলে ভাৱো মায়ে যাতে আহি দেখা নাপাওঁক !
কাৰণ সুধিলে কি বুলি কম....!
s.sky #waiting
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

হাঁহি থাকা যদি গোটেই পৃথিৱী
তোমাৰ লগত থাকিব !
ন’হলে চকুৰ পানীয়েটো নিজৰ চকুযুৰিতে স্থান নাপায়.....!

_Swastika Sky Sharma #SushantSinghRajput
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

মই তোমাৰ সৈতে এটা মৰমলগা দীঘলীয়া সম্পৰ্ক বিচাৰোঁ !
য’ত আহি সকলোৱে ক’ব WOW 😍
এতিয়াও আছা একেলগে……
 👌Best couple ❤️

মাত্ৰ এবাৰ দুহাত ধৰিটো চোৱা...
মই প্ৰমাণ কৰি দিম
সকলো মানুহে নিঠৰুৱা কৰি আঁতৰি নাযায় ৷
_Swastika #dilbechara
3c1de2b49283bcc5de2d339e9b5d3157

Swastika Sarmah

#chaandchupa
loader
Home
Explore
Events
Notification
Profile