Nojoto: Largest Storytelling Platform
bmainabora9873
  • 28Stories
  • 96Followers
  • 259Love
    135Views

B__Maina__Bora✍

❤জয় আই অসম ❤ ❤I'm from Assam 🏡home city guwahati ✍I love poetry and story writing.❤ =} পৃথিৱীখন যেন এক শূন্য আৰু এই শূন্যতা বোৰৰ মাজত মই বিলীন । শব্দৰ মাজত প্ৰাণ পাই উঠে মোৰ হেপাঁহ। সৃষ্টি হয় ন পুৰণি সপোন ডায়েৰীৰ বুকুত সযতনে বান্ধি থোৱা চঞ্চলা পখিলা জনী ।

https://www.youtube.com/channel/UCWQ6dRClNeUfiq96MGJYdcA

  • Popular
  • Latest
  • Video
86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

হেৰুৱাৰ পিছত যেন একো এই নাথাকে পাবলৈ ।
 কথাটো এনেকুৱা কোনো দিনেই নাছিল ...
আমি হেৰাই যোৱাৰ।
কথা আছিল তুমি মোৰ আৰু মই তোমাৰ হোৱাৰ...।
86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

yeh laal ishq 
yeh molal ishq  
yeh kali raat ishq ,
mera naam ishq
 tera naam ishq .

86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

তুমি সুখৰ মন্দিৰ ,
মই বিষাদ অৰণ্য 
তুমি প্ৰভাতি 
মই ফাগুণ 
তুমি হেপাঁহ 
আৰু মই সৰাপাত
86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

thok sa geya ho
Ab dard se ladte ladte 
ab to maut ki talash hai mujhe
kis se kaho yeh haal E dil mera 
bas ab khud ko hi
 maut dena chahta hoon #shayari
86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

ঈশ্বৰ তুমি আহিবা 
 যদি ইচ্ছা কৰা মোক চাবলৈ।
   মই শ্মশানে শ্মশানে 
        জপ কৰোঁ মৃত্যুৰ ।
 তুমি কোৱাৰ দৰে 
  ভয়ানক নহয় চোন মৃত্যু
    ঈশ্বৰ তুমি আহিবা এবাৰ।
  বিষন্ন ফটিকাৰ সোৱাদ লবলৈ।
 উশাহ বোৰ বিষাক্ত হোৱা আগ ক্ষণত 
  শেষৰ  আগ মূহুৰ্তত 
    হেৰাই যোৱা হাঁহিটো চাবলৈ ।
  আজি মৃত উৎসৱ উদযাপন কৰিছোঁ      
    তুমিও আহিবা হে ঈশ্বৰ
       এক্ষন্তেকৰ বাবেই
           মই ৰৈ থাকিম তোমালৈ। #জীৱন_যেন_এক_শূণ্য

#জীৱন_যেন_এক_শূণ্য

86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

উশাহ বোৰত বৈ  আহে এটি হুমুনিয়াহ  
কোৱা আৰু নোকোৱাৰ মাজত কিমান যে 
কাহিনী লুপ্ত হৈ আছে ।
আবেলিৰ বেলি ডুবা চাই মই ভাল পাওঁ 
সেই  সময়খিনিত যেন কিছু স্মৃতিৰ 
উকা ছবি আছে।
আছে  শৰতৰ সুবাস  চঞ্চল ফাগুণ ,
আৰু তুমি হীনতাৰ  নিচা #assamese_poem
86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

Your smile  😕tootsa geya hoon
    😞 bikharna Ab baki hain .
tum yeh na samajh na 
ki mujhe dard nahi hota.💔
Bas main dekhata nahi .
 🌧yeh kam waqt be ghar aansoo tha 
jo barish ki tarha mitti main mil geya.
haan Ab to main har ek gam main  bhi
☺ muskura leta ho.
 isliye sayad log mujhe 
khushnaseeb wala samajhte hain.
🤣Kisiko kehta nahi  
magar dard mujhe bhi hoti hain.☹😭 #Shayari

Shayari

86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

Goodbye Love  কি কৰোঁ কি নকৰোঁ.. 
মগজুত এতিয়া যেন যুজঁ চলিছে 
বহুতো কথা আছিল ক'ব লগা।
 ভাগৰি পৰিছোঁ  নিজকে মিছা কৈ ..কৈ
খং অভিমান বোৰ আঁতৰাই
 তোমাৰ দুবাহুত জিৰাব মন যায়। 
কিয়নো এনে হয় বাৰে বাৰে মোৰ লগত 
জাক হৃদয়ৰ আপোন বুলি ভাবো
তেওঁ চোন.. দূৰলৈ গুচি যায়।
তোমাক বহুত ভাল পাওঁ অ' সোণ
প্ৰকাশ কৰিব নোৱাৰোঁ মই আনৰ দৰে ভালপোৱা 
মই নাজানোঁ আনৰ দৰে মৰম দিব তোমাক 
হয়তো কোনো দিনেই নোৱাৰিম 
কিমান ভালপোৱা আছে তোমালৈ ক'ব 
অভিমান বোৰে চোন বাট ভেটি ধৰে...। 
বহুত ভাৰ পাওঁ অ'সোণ..তোমাক 
i miss u #miss_you_jaan
86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

#shayari

shayari

86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

#সকলোকে_জন্মাষ্টমী_শুভেচ্ছা_জ্ঞাপন_কৰিলোঁ৷ #happy_janmashtami
#my_voice ❤

#সকলোকে_জন্মাষ্টমী_শুভেচ্ছা_জ্ঞাপন_কৰিলোঁ৷ #Happy_Janmashtami #My_voice#Music

loader
Home
Explore
Events
Notification
Profile