Nojoto: Largest Storytelling Platform
simakhi6344
  • 39Stories
  • 39Followers
  • 332Love
    2.9KViews

Simakhi

অৰ্জন নকৰালৈকে সপোন জীয়াই থকে❤ অসমীয়া❤ Nagaon;Assam

  • Popular
  • Latest
  • Repost
  • Video
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

love poetry #Assamese #AssamesePoem 

#mohabbatein
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

#kalhonaaho
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

এদিন এটা পাৰহৈ উৰি আহিম
ঠোঁটত কঢ়িয়াই আনিম শস্যৰ সম্ভাৱনা হাঁহি
দুপৰীয়া কাৰোবাক  বিচাৰি ৰুণ দি উৰুঙা কৰি দিম আপোনাৰ চুবুৰী

পাখিবোৰ দি দিম শিশুহঁতক চিলাৰ সৈতে উৰিবলৈ আশাৰ আকাশত
মই তেতিয়া আপোনাৰ চোতালত পৰি খুদকন খুটিয়াম
আপোনালৈ চাই উচুপিলে চকু 
আপুনি গমেই নাপাব |

এদিন এটা পাৰ হৈ লৈ আনিম শান্তিৰ ৰঙ
হে পৃথিৱী তোমাক এৰি উৰি গ'লে 
মই ডেউকা কোবাই দিগন্ত প্ৰসাৰি এদিন এটা পাৰহৈ উৰি আহিম
আপোনাৰ ঘৰৰ মুধত বহি থাকিম গোটেই শুকুৰবাৰ
আপুনি বাৰু মোক চিনি পাবনে ?

©Simakhi Chamuah🌹

c0cd27e26a9b249deec2e3438dc211b0

Simakhi

তুমি মোক ভালপোৱা!!!
-তেন্তে তুমি ভালপাব লাগিব চৰাই আৰু পথাৰ
তুমি মোক ভালপোৱা!!
- তেন্তে তুমি ভালপাব লাগিব শেতা মলীন মুখৰ সেই চেহেৰাবোৰক ,
হাত পাতেহি যি এটুকুৰা ৰুটিৰ বাবে, 
পৰি ৰয় ফুটপাথৰ থুত নিশাৰ তৰা চাই চাই
তুমি মোক ভালপোৱা!!
- তেন্তে তুমি ভালপাব লাগিব 
বাটৰ সেই লেৰেলা ফপৰা ভুকাতুৰ কুকুৰটোকো,

তোমাৰ কি আছে!!
বাতানুকুল গাড়ী, মুৰ তুলিও খিৰিকীখন দেখি নোপোৱা ঘৰ..
নাই , নাই ...মই এইবোৰত এডজাষ্ট নহয়
তুমি কি ভালপোৱা!! 
ষ্ট্ৰেইট চুলি, ধুনীয়া দুচকু, কমনীয় ওঁঠ
হাইহিলৰ খটখট...

মই ভালপাওঁ মুকলি আকাশ, মুকলি বতাহ
বেলি ডুবাৰ হেঙুলীয়া,
পানীত খেলা মাছ
বোকামাটি....

ভালপাবলৈ বোলে কোনো চৰ্ত নালাগে, 
নালাগে অজুহাত 
মই তেওঁক ভালপাম
যি মোৰবাবে ৰাখিব এখন আছুতীয়া আকাশ
যত মই নিজক বিছাৰি পাম ...
পূর্ণিমা

©Simakhi Chamuah🌹 #paper
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

ফাগুন🍂🥀 ❤❤❤
#kkhh

ফাগুন🍂🥀 ❤❤❤ #kkhh

c0cd27e26a9b249deec2e3438dc211b0

Simakhi

#kkhh
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

#kalhonaaho
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

#kalhonaaho
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

#kalhonaaho  ❤
c0cd27e26a9b249deec2e3438dc211b0

Simakhi

আধৰুৱা
#kalhonaaho

আধৰুৱা #kalhonaaho #Life_experience

loader
Home
Explore
Events
Notification
Profile