Nojoto: Largest Storytelling Platform

New assamese quotes Quotes, Status, Photo, Video

Find the Latest Status about assamese quotes from top creators only on Nojoto App. Also find trending photos & videos about, assamese quotes.

    LatestPopularVideo

Uddipan Hazarika

#Assamese quotes

read more

Sweety Bhayolina

assamese quotes

read more

Farhana

বাৰে বাৰে কৰা একোটা সৰু প্ৰচেষ্টাই এদিন ডাঙৰ সফলতা লৈ আহে, গতিকে প্ৰচেষ্টা নিজেও একো একোটা সৰু সফলতা।

✍️ফাৰহানা #Assamese#quotes

Mridus Man

#Assamese quotes #poem

read more

Sweety Bhayolina

assamese quotes

read more

Sweety Bhayolina

assamese quotes

read more

Sweety Bhayolina

assamese quotes

read more

Farhana

আজি টোপনিয়ে মোক সুধিয়ে পেলালে, "আজিকালি তুমি মোক চকুত আহিবলৈ নিদিয়া কিয়?"

মই কলোঁ, "এই সময়ত মোৰ চকুত সপোন আছে, যিটো দিঠকত পৰিণত কৰিবলৈ দিনে-নিশাই কাম কৰি আছোঁ; এতিয়া তুমিয়ে কোৱাচোন একেখন ছাদৰ তলত দুই শতিনী থাকিব পাৰিব জানো?"

©Farhana #Assamese#quotes#dream

Farhana

কৰ্তব্য নকৰাকৈ বেয়া ফলাফল লাভ কৰিলে কৰ্ম 
নকৰাৰ বাবে এদিন হ'লেও অনুতাপ কৰিবলগীয়া হয়;
কিন্তু কৰ্তব্য কৰি যোৱা সকলে নিজৰ ফলাফলৰ 
কাৰণে কেতিয়াও অনুতাপ কৰিব লগীয়া নহয়। #Assamese#quotes#success

Farhana

assamesequotes##

read more
আমি জীৱনত কৰা কোনো কাম ভুল হোৱা মানে এইটো নহয় যে আমি সেই কামটোকে কৰা এৰি দিম, বৰং দ্বিতীয় বাৰ কামটো সাৱধানতাৰে কৰিম।

✍️ফাৰহানা #assamese#quotes#Nojoto##
loader
Home
Explore
Events
Notification
Profile