Nojoto: Largest Storytelling Platform

New assamese quotes Quotes, Status, Photo, Video

Find the Latest Status about assamese quotes from top creators only on Nojoto App. Also find trending photos & videos about, assamese quotes.

    PopularLatestVideo

Uddipan Hazarika

#Assamese quotes

read more
mute video

Sweety Bhayolina

assamese quotes

read more
mute video

Farhana

কৰ্তব্য নকৰাকৈ বেয়া ফলাফল লাভ কৰিলে কৰ্ম 
নকৰাৰ বাবে এদিন হ'লেও অনুতাপ কৰিবলগীয়া হয়;
কিন্তু কৰ্তব্য কৰি যোৱা সকলে নিজৰ ফলাফলৰ 
কাৰণে কেতিয়াও অনুতাপ কৰিব লগীয়া নহয়। #Assamese#quotes#success

Farhana

জীৱনৰ সকলো নেতিবাচক পৰিস্থিতিত ইতিবাচক দৃষ্টিভংগীৰ সৈতে আগবাঢ়িব পৰাটোও এটা সাফল্য...



✍️ফাৰহানা #success#assamese#quotes#

Farhana

যিসকলে নিজকে বহুত  জনা বুলি ভাবে সিহঁতে নতুনকৈ জানিবলৈ চেষ্টা নকৰে আৰু বেলেগেও সিহঁতৰ ভুল আঙুলিয়াই দিবলৈ দ্বিধাবোধ কৰে,
গতিকে এইসকল লোকে নিজকে বেলেগৰ তুলনাত আগবঢ়া বুলি ভাবে যদিও প্ৰকৃততে এওঁলোক আন ব্যক্তিতকৈ বিভিন্ন ক্ষেত্ৰত পিছ পৰি থাকে।




✍️ফাৰহানা #assamese#quotes#thoughts#

Farhana

assamesequotes##

read more
আমি জীৱনত কৰা কোনো কাম ভুল হোৱা মানে এইটো নহয় যে আমি সেই কামটোকে কৰা এৰি দিম, বৰং দ্বিতীয় বাৰ কামটো সাৱধানতাৰে কৰিম।

✍️ফাৰহানা #assamese#quotes#Nojoto##

Farhana

আজি টোপনিয়ে মোক সুধিয়ে পেলালে, "আজিকালি তুমি মোক চকুত আহিবলৈ নিদিয়া কিয়?"

মই কলোঁ, "এই সময়ত মোৰ চকুত সপোন আছে, যিটো দিঠকত পৰিণত কৰিবলৈ দিনে-নিশাই কাম কৰি আছোঁ; এতিয়া তুমিয়ে কোৱাচোন একেখন ছাদৰ তলত দুই শতিনী থাকিব পাৰিব জানো?"

©Farhana #Assamese#quotes#dream

Mridus Man

#Assamese quotes #poem

read more
mute video

Sweety Bhayolina

assamese quotes

read more
mute video

Sweety Bhayolina

assamese quotes

read more
mute video
loader
Home
Explore
Events
Notification
Profile