Nojoto: Largest Storytelling Platform

New assamese great quotes Quotes, Status, Photo, Video

Find the Latest Status about assamese great quotes from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo

Farhana

#MessageOfTheDay  যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক 
পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে;

ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল 
কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত 
কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

©Farhana #Assamese#assamese#quotes
#Messageoftheday

Sweety Bhayolina

assamese quotes

read more

Farhana

বাৰে বাৰে কৰা একোটা সৰু প্ৰচেষ্টাই এদিন ডাঙৰ সফলতা লৈ আহে, গতিকে প্ৰচেষ্টা নিজেও একো একোটা সৰু সফলতা।

✍️ফাৰহানা #Assamese#quotes

Mridus Man

#Assamese quotes #poem

read more

Sweety Bhayolina

assamese quotes

read more

Sweety Bhayolina

assamese quotes

read more

Uddipan Hazarika

#Assamese quotes

read more

Sweety Bhayolina

assamese quotes

read more

Farhana

ঘটনাবোৰ সোনকালেই ঘটি যায়,

সময় লাগে কেৱল ঘটনাটো ঘটিছে বুলি 
মনটোয়ে গ্ৰহণ কৰোঁতে...

©Farhana #Anhoni #Assamese#quotes#

Farhana

readingassamesequotes##

read more
কোনো এজন মানুহ যিমানেই জ্ঞানী নহওক কিয়, তেওঁৰ দ্বাৰা আৰ্জিত জ্ঞান যদি উপযুক্ত সময়ত আৰু সঠিক স্থানত প্ৰয়োগ কৰা নহয় তেন্তে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।








✍️ফাৰহানা #reading#assamese#quotes##
loader
Home
Explore
Events
Notification
Profile