Find the Latest Status about mukto kore dilam tore from top creators only on Nojoto App. Also find trending photos & videos about, mukto kore dilam tore.
Mrin
আজি মুক্ত তুমি নীল আকাশত উৰি ফুৰা চৰাইৰ নিচিনা আজি মুক্ত তুমি গভীৰ অৰণ্যত চৰি ফুৰা হৰিণীৰ নিচিনা আজি মুক্ত তুমি উত্তাল সমুদ্ৰৰ ফেনিল জলৰাশিৰ নিচিনা আজি মুক্ত তুমি কোনো কবিৰ কাব্যৰ অসংখ্য ছন্দৰ নিচিনা আজি মুক্ত তুমি মুক্ত তোমাৰ আকাশ , অৰণ্য , সমুদ্ৰ আৰু ছন্দ Mukto tumi
Mukto tumi
read moreIts Sahid
#beingoriginal Ei Mon Tomake Dilam || ektu try korlam kemon hoyechhe comment kore janaben || Thank you.
read more