Nojoto: Largest Storytelling Platform

New ghila khel of assam Quotes, Status, Photo, Video

Find the Latest Status about ghila khel of assam from top creators only on Nojoto App. Also find trending photos & videos about, ghila khel of assam.

Stories related to ghila khel of assam

    LatestPopularVideo

AS Rabi❤روبي علی شيخ

#flood of Assam

read more
ৰুগ্ন ৰাস্তা শৰীৰত পচন ঘা, নোৱাৰে আৰু জনতা সহ্য কৰিব ।
ঘৰুৱা এদল চিকিৎসক আহে প্ৰতিৰোধৰ প্ৰয়োজনত ।
ভালে থাকে খন্তেক , চিকিৎসক যায় গুচি আকৌ ৰুগ্ন।
নহয় নিৰাময় পাৰা পাৰত বেদনা হয় অতি শয্যাশায়ী৷
নিৰ্বাচনৰ বতৰত স্হানীয় বিধায়ক আহে 
হয় জ্ঞানী গুনীৰ পৰিদৰ্শন ,
প্ৰতিবাদী হেজাৰ কণ্ঠ ,জাগি উঠে মুষ্টিবদ্ধ হাত,
ৰাইজ স্কুলীয়া ছাত্ৰ -ছাত্ৰী লৈ প্ৰতিবাদৰ পাছত প্ৰতিবাদ,বিচাৰে নিৰাময় ৰুগ্ন পথৰ ।
আহে দূৰ্নীতিকাৰী ঠিকাদাৰ দিয়ে প্ৰতিশ্ৰুতি
মুক্ত মুষ্টি হাত লৈ ঘৰত উভতে প্ৰতিবাদী আওযাজ লৈ 
পিছদিনা কাকতৰ মাজৰ পৃষ্ঠাত ফটোসহকাৰে ছপা হয় ,
প্ৰশাসন আৰু স্হানীয় জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ নহয় ।
বিষাদ লৈয়ে শান্ত হয় জনসাধাৰণ পথৰ চিৰসুস্হতাৰ আশাত ।
ইটোৰ পাছত সিটো বৈঠক হয় প্ৰশাসনত
টেবিলত হাত চাপৰি বাজে উন্নয়নৰ নামত 
কিন্তু ৰোগ মুক্ত নহয় গাৱৰ ৰাস্তা ঘাট
দিনে দিনে পথ ঢাপলি মেলে মৃত্যুৰ মুখলৈ । #Flood of Assam

Aniket Patil

A poem for the people of Assam #Assam #Life_experience

read more
असम 

बाहर corona बन बैठा काल है 
अंदर पानी का भनायक तांडव है
मर रहा यहाँ हर पल है कोई 
बह रहा अगले पल किसी का शव है

कोई हमें बचा लो 
media वालों थोड़ा हमें भी दिखाओ 
चिल्ला चिल्ला के सूख गया गला 
हमारी तकलीफ़ कभी तो सुनाओ 

किसी हस्ती के पीछा छोड़ो 
कीमती हमारी भी जान है 
एक बार देख तो लो हमारी तरफ 
आखिर हम भी तो इंसान है 

थोड़ी मदत करो हमारी 
मर रहे इस तरह क्यों हम है 
ज़रा आँखें खोल के देख लो 
डूब रहा यह असम है A poem for the people of Assam

#assam

Niharendra Sarma

Beautiful Nature of Assam #Society

read more

Kalpana Agarwal

Photography- Beauty of Assam

read more
 Photography- Beauty of Assam

Kalpana Agarwal

Photography- "Beauty of Assam"

read more
 Photography- "Beauty of Assam"

Kalpana Agarwal

Photography- "Beauty of Assam"

read more
 Photography- "Beauty of Assam"

Kalpana Agarwal

Photography- Beauty of Assam

read more
 Photography- Beauty of Assam

Kalpana Agarwal

Niharendra Sarma

Awesome Folk Music of Assam #Society

read more

Kalpana Agarwal

Photography - Beauty of Assam ☺

read more
 Photography - Beauty of Assam ☺
loader
Home
Explore
Events
Notification
Profile