Find the Latest Status about lid hindi meaning from top creators only on Nojoto App. Also find trending photos & videos about, lid hindi meaning.
Mr Dangi
काँच सा दिल मरने मत दीजिए, संवेदनाओं को जिंदा रहना चाहिए हदय करुणा से चलते है,इसे मशीन मत बनाइए ©Scattered Dangi's lid
Krishnasree Borah
তুমি বিনন্দীয়া ধৰণী তোমাৰ ওচৰত বিদ্যমান হৈ আছে সুখ আৰু আনন্দ লাভ কৰা একাধিক স্ৰজিত সামগ্ৰী , মন যেতিয়া বিষাদেৰে ভৰি পৰে অন্ধকাৰ ৰাতি আকাশত তিৰবিৰাই থকা তৰাই ! মনৰ উলাহেৰে নাচি -বাগি চৰি ফুৰা চৰাইয়ে , বিভিন্ন চৰাইৰ সুললিত মাতে , নিজৰাই সৃষ্টি কৰা সংগীতৰ মূৰ্চনাই মন আনন্দেৰে ভৰাই তোলে | তোমাৰ এই নিৰ্জন পৰিৱেশে মোৰ এই ভাৰাক্ৰান্ত মনক কেতিয়া শান্তিৰে জীপাল কৰি তোলে তাৰ উমান পা'বলৈও কেতিয়াবা বৰ কঠিন হৈ পৰে | অন্ধকাৰ ৰাতিহে মই তৰাৰ উজ্বলতা আৰু সৌন্দৰ্য অধিক পৰিমানে অনুভৱ কৰো , জোনাক ৰাতি তৰাৰে ভৰা আকাশখন ইমান ধুনীয়া নেদেখি ! 📝 কৃষ্ণাশ্রী বৰা lid
Rajeswari Rath
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम्।। --Sanskrit -संसार में सौन्दर्य की प्राप्ति कठिन नहीं है,किन्तु गुणों की प्राप्ति बहुत कठिन है। --Hindi Sanskrit sloka with hindi meaning