Find the Best Slow_Drive Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about bunty tera sabun slow hai kya, slow love songs hindi, kasih slow meaning in english, slow and steady wins the race story, slow motion quotes,
Nipil Moran
♦️সংসাৰত জন্ম ল'বলৈ মা'ৰ গৰ্ভত ৯ মাহ অপেক্ষা কৰিব পাৰোঁ। ♦️খোজ কাঢ়িবলৈ ১/২ বছৰ.. ♦️স্কুলত প্ৰবেশ কৰিবলৈ ৩/৪ বছৰ.. ♦️ভোটদান কৰিবলৈ ১৮ বছৰ.. ♦️চাকৰিৰ বাবে ১৮/২২ বছৰ... ♦️বিবাহৰ বাবে ২৫/৩০ বছৰ... ♦️এনেকৈ আমি বহু ক্ষেত্ৰত অপেক্ষা কৰো, ধৈৰ্য্য ধৰোঁ। কিন্তু, ♦️গাড়ী অভাৰটেক কৰাৰ সময়ত ১০ চেকেণ্ড সময়ো আমি অপেক্ষা কৰিব নোৱাৰোঁ 😥😥 অথচ, ♦️দুৰ্ঘটনা হোৱাৰ পিছত বাচি গলে দুৰ্ঘটনাটো ৰফা-দফা কৰিবলৈ ঘটনাস্থলীত কেইবা ঘন্টা, চিকিৎসালয়ত কেইবা দিন, মাহ আৰু শেষত কোৰ্ট-কাছাৰীত বছৰো পাৰ কৰি দিওঁ। ♦️মাত্ৰ কেই ছেকেণ্ড মানৰ ভুলে কিমান ভয়ংকৰ পৰিনাম হ'ব পাৰে!!! ♦️যোৱাজনতো গুচি যায়, থাকি যোৱা সকলৰ কি? ♦️ইয়াৰ ওপৰত বিচাৰ কৰিছে নে? কেতিয়াও কৰা নাই? ♦️মানে প্ৰতিবাৰৰ দৰে, কেৱল ভাগ্যক দোষাৰোপ 🤔🤔 ♦️সেইবাবে সঠিক গতি, সঠিক দিশত যান-বাহনৰ নীতি-নিয়ম মানি চলক আৰু আনকো চলিবলৈ দিয়ক, নিজেও সুৰক্ষিত থাকক আনকো সুৰক্ষিত হৈ থাকিবলৈ দিয়ক 🙏🏻🙏🏻 ♦️ আপোনাৰ জীৱনটোৰ গৰাকী আপুনি হ'লেও আনৰ জীৱন আৰু তেখেতৰ পৰিয়ালটোৰ ভৱিষ্যতৰ গৰাকী আপুনি নহয় 🙏🏻🙏🏻 আপোনাৰ হৃদয়সম পৰিয়ালটোৱে আপোনাৰ ঘৰত আপোনাৰ বাবে বাট চাই থাকে.... তেওঁলোকক দুখৰ সাগৰত পেলাই নিদিব । 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 সজাগতাৰ বাবে শ্বেয়াৰ কৰক। #Slow_Drive #Long_Life ©Nipil Moran #reallifestory Anupriya Sabeena Vishakha Tripathi निज़ाम खान Cute
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited
Follow us on social media:
For Best Experience, Download Nojoto