Find the Best অনুভৱ Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos aboutঅনà§à¦à§± মানে কি, মৃতà§à¦¯à§à§° অনà§à¦à§±, অনà§à¦à§±à§° à¦à¦•à¦²à¦®, অনà§à¦à§±à§° কবিতা, অনà§à¦à§±à§° কৰণি,
R...🍁
তোমাৰ সেই একো নাই বুলি কোৱা শব্দৰ সিপাৰে এখন আকাশ আছে অ' জোনাক, নীলাবোৰৰ সৈতে তোমাক ধুনীয়া বুলি ক'বলৈ মানুহ আছে , ভাগিম বুলি কৰা ভয়বোৰৰ আঁৰত কাৰোবাৰ আব্দাৰ লুকাই আছে, অৱশ হৈ পৰা ৰাতিবোৰত তোমাৰ নিসংগতাক চুই চাবলৈ শিতানত কোনোবা আপোনজন সদায় ৰৈ আছে । ঐ এবাৰলৈ শুনাছোন মোৰ হালধীয়া হাঁহিৰ আঁৰৰ মানুহজন, তোমাৰ প্ৰিয় নীলাবোৰত আজীৱন সোণাৰুবোৰ সিঁচি দিব নোৱাৰিনে? মোৰ প্ৰিয় বাৰিষাৰ প্ৰথমজাক বৰষুণত একেলগে টিটিব নোৱাৰিনে? মোৰ আমনিদায়ক কথাবোৰত আকৌ এবাৰ মিছা হাঁহি মাৰিব নোৱাৰিনে? নোৱাৰিনে প্ৰতিটো সন্ধিয়া তোমাৰ ভাগৰুৱা মনটোক মোৰ দুহাতত গুজি দিব! দিনটোৰ ব্যস্ততাবোৰ একাপ চাহৰ প্ৰথম চুমুকতেই উজাৰি দিব নোৱাৰিনে? বাৰু আজিলৈ থাকক দিয়া, সঁহাৰিৰ সিটো পাৰে ৰৈ আছে কোনোবা অচিনাকি বাধাটোৰ আগত। মাথোঁ তোমাৰ সঁহাৰিৰ সিটো পাৰে সকলো আছে নিজক বিচাৰি পোৱাকৈ......। এবাৰলৈ নোৱাৰিনে?? #তুমি তোমাৰ সেই একো নাই বুলি কোৱা শব্দৰ সিপাৰে এখন আকাশ আছে অ' জোনাক, নীলাবোৰৰ সৈতে তোমাক ধুনীয়া বুলি ক'বলৈ মানুহ আছে , ভাগিম বুলি কৰা ভয়বোৰৰ আঁৰত কাৰোবাৰ আব্দাৰ লুকাই আছে, অৱশ হৈ পৰা ৰাতিবোৰত তোমাৰ নিসংগতাক চুই চাবলৈ শিতানত কোনোবা আপোনজন সদায় ৰৈ আছে । ঐ এবাৰলৈ শুনাছোন মোৰ হালধীয়া হাঁহিৰ আঁৰৰ মানুহজন, তোমাৰ প্ৰিয় নীলাবোৰত আজীৱন সোণাৰুবোৰ সিঁচি দিব নোৱাৰিনে? মোৰ প্ৰিয় বাৰিষাৰ প্ৰথমজাক বৰষুণত একেলগে টিটিব নোৱাৰিনে? মোৰ আমনিদায়ক কথাবোৰত আকৌ এবাৰ মিছা হাঁহি মাৰিব নোৱাৰিনে? নোৱাৰ
#তুমি তোমাৰ সেই একো নাই বুলি কোৱা শব্দৰ সিপাৰে এখন আকাশ আছে অ' জোনাক, নীলাবোৰৰ সৈতে তোমাক ধুনীয়া বুলি ক'বলৈ মানুহ আছে , ভাগিম বুলি কৰা ভয়বোৰৰ আঁৰত কাৰোবাৰ আব্দাৰ লুকাই আছে, অৱশ হৈ পৰা ৰাতিবোৰত তোমাৰ নিসংগতাক চুই চাবলৈ শিতানত কোনোবা আপোনজন সদায় ৰৈ আছে । ঐ এবাৰলৈ শুনাছোন মোৰ হালধীয়া হাঁহিৰ আঁৰৰ মানুহজন, তোমাৰ প্ৰিয় নীলাবোৰত আজীৱন সোণাৰুবোৰ সিঁচি দিব নোৱাৰিনে? মোৰ প্ৰিয় বাৰিষাৰ প্ৰথমজাক বৰষুণত একেলগে টিটিব নোৱাৰিনে? মোৰ আমনিদায়ক কথাবোৰত আকৌ এবাৰ মিছা হাঁহি মাৰিব নোৱাৰিনে? নোৱাৰ
read moreR...🍁
পৃথিৱীৰ প্ৰতিটো সম্পদৰ মূল্য আছে....! মাত্ৰ পোৱাৰ আগত আৰু হেৰুওৱাৰ পাছত....! সেইয়া প্ৰেম হওক অথবা সম্পত্তি...। #অমূল্য #মৰম #অনুভৱ #yqbaba #yqbandhoi #assamese #assamesewriters #assamesequote
#অমূল্য #মৰম #অনুভৱ #yqbaba #yqbandhoi #Assamese #assamesewriters #assamesequote
read moreR...🍁
দোপালপিটা বৰষুণ....🌧 এখন খোলা খিৰিকী... এপিয়লা চাহ আৰু এখন উপন্যাস...☕📖 ❤অসংযত জীৱনৰ প্ৰিয় সময়খিনি....❤ #বৰষুণ #উপন্যাস #এপিয়লা_চাহ #অনুভৱ #yqbaba #yqbandhoi #assamese #assamesewriters
#বৰষুণ #উপন্যাস #এপিয়লা_চাহ #অনুভৱ #yqbaba #yqbandhoi #Assamese #assamesewriters
read more
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited