Nojoto: Largest Storytelling Platform

Best হাঁহি Shayari, Status, Quotes, Stories

Find the Best হাঁহি Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about হাঁহি quotes, হাঁহি status, হাঁহি কি, হাঁহিৰ কবিতা, হাঁহি উঠা ফটো,

  • 2 Followers
  • 3 Stories
    PopularLatestVideo

sangita

(সহযোগ কৰিব পাৰে) #হাঁহি 💛 আপোন হাঁহিটিৰ অন্য এক অভিধা। 💛💛💛 #yqbandhoi #yqassamese #yqquotes

read more
আপোনাৰ হালধীয়া হাঁহিটি..... 
যেন হাজাৰ থুপিতৰাৰ এটি জীয়া কাহিনী ।

চিক-মিক, চিক-মিক
জিক -মিক ,জিক- মিক....
উফ...! কিমান যে সুশোভিত আপুনি💛 (সহযোগ কৰিব পাৰে)
#হাঁহি 💛
আপোন  হাঁহিটিৰ অন্য এক অভিধা।
💛💛💛 

#yqbandhoi #yqassamese #yqquotes

sangita

#হাঁহি 💛 (সহযোগ কৰিব পাৰে) #yqquotes #yqbandhoi #writtersofassam #shortpeom #Assamese

read more
(হাঁহি) 
আপোনাৰ হাঁহিটিৰ অপেক্ষাত কিমান যে উশাহ বৈ গৈছে মোৰ --!

বৈ যাওঁক( যিমান দিনলৈ পাৰে)
ইয়াত মোৰ কোনো আক্ষেপ নাই।।
মাথোঁ ৰৈ যাওঁক হৃদয়ৰ একোণত আপোনাৰ ভালপোৱাৰ শব্দ --
(জোনাকৰ কান্দোন পিছত সিহঁতেই শুনিব) #হাঁহি 💛
(সহযোগ কৰিব পাৰে) 


#yqquotes #yqbandhoi #writtersofassam #shortpeom #assamese

BWHAITHI BASUMATARY

#হাঁহি #Poetry

read more
তুমি জানা....?
হাঁহি ভাল পাইছিলো মই 
অনবৰতে মুখত হাঁহি এটি লৈ ফুৰিছিলো.... 
কিন্তু..... 
আজিকালি যেন..মই মাথোঁ নিজৰ মাজতে হেৰাই যাওঁ

কেতিয়াবা, জীৱনৰ সংগ্ৰামৰ কথা ভাবি...

আকৌ কেতিয়াবা....  
জীৱনে যে সুখ বোৰৰ সংগ এৰি দুখবোৰ সাৱতি ধৰিছে...
  
এৰা'...এতিয়া যেন চকুপানী য়েহে  সংগী হৈ পৰিছে....

©BWHAITHI BASUMATARY #হাঁহি


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile