Nojoto: Largest Storytelling Platform

Best ধৰ্ম Shayari, Status, Quotes, Stories

Find the Best ধৰ্ম Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about ধৰ্ম নিৰপেক্ষতা মানে কি, ধৰ্ম আৰু দৰ্শন, ধৰ্মৰ ইতিহাস, ধৰ্মৰ সংজ্ঞা, ধৰ্ম,

  • 2 Followers
  • 2 Stories
    PopularLatestVideo

Jahangir Hussain

ধৰ্ম এটা বিশ্বাস যিয়ে মানুহক একত্ৰিত কৰি ৰখাত সহায় কৰে। #ধৰ্ম #yqbandhoi #assamesequote #yqbaba life #Religion #yqdada

read more
ধর্ম হৈছে কোনো বস্তুৰ গুণ বা বৈশিষ্ট্য।
পানীৰ ধর্ম তৰল্য, জুইৰ ধর্ম তাপ;
তেনেদৰে মানুহৰ ধর্ম হৈছে মনুষ্যত্ব।
পানীৰ ধর্ম যেনেকৈ পানীয়ে নিজে সৃষ্টি
কৰানাই বা এনে সৃষ্টি হোৱানাই‌‌‌‌‌‌‍‍‍‌‌ ; ঠিক
তেনেদৰে মানুহৰ ধর্মও মানুহে নিজে সৃষ্টি কৰানাই,
কৰিছে ঈশ্বৰ। সেয়ে প্রকৃতপক্ষে,
ধর্ম হৈছে সৃষ্টিকৰ্তাৰ প্রতি আনুগত্য পোষণ,
আশেপাশে মনুষ্যত্বৰ বিকাশ কৰা। তাই
ধর্মক কিছু জাতিগত প্রথা বা সম্প্ৰদায়ৰ
মতাদৰ্শৰ মাজত সীমাবদ্ধ কৰাটো উচিত নহয়।
নিজৰ মনুষ্যত্ব বজাই ৰাখি, নিজৰ সৃষ্টিকৰ্তাৰ
প্রতি বিশ্বাস ৰাখা, আৰু এটি আধ্যাত্মিক আদর্শ
অনুসৰণ কৰি এটা সুন্দৰ জীৱন যাপন
কৰাটোৱেই প্রকৃত ধর্ম।। ধৰ্ম এটা বিশ্বাস যিয়ে মানুহক একত্ৰিত কৰি ৰখাত সহায় কৰে।
#ধৰ্ম #yqbandhoi #assamesequote #yqbaba #life #religion #yqdada

Jahangir

About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile