Find the Latest Status about assamese poem from top creators only on Nojoto App. Also find trending photos & videos about, assamese poem.
sanjit das
প্ৰিয়া তুমি হলা মোৰ এটি জোনাকী পৰুবা """"""""""""""""""""""""""! প্ৰিয়া তুমি হলা মোৰ হৃদয় জিলিকি ফুৰা এটি জোনাকী পৰুবা মই তোমাক খুব ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোকেই নালাগে প্ৰিয়া । মাথো বিচাৰো তোমাৰ হৃদয়খনত ক্ষুদ্র এটি স্থান য'ত মই থাকি গোটেই জীৱন তোমাক ভালপাই যাব পাৰো। ৰাতিৰ আকাশত জোনাকী পৰুৱাৰ দৰে তুমি হলা মোৰ হৃদয় জোনাকী পৰুবা জীবনৰ অন্তিম ক্ষয়নতোলৈ থাকিবা প্ৰিয়া তুমি মোৰ হৃদয়ত এটি জোনাকী পৰুবা হৈ...। ✍ সঞ্জীত দাস । Assamese poem