Nojoto: Largest Storytelling Platform

Best Assamesequotes Shayari, Status, Quotes, Stories

Find the Best Assamesequotes Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese love sad poem, assamese sad love poem, assamese sad love quotes, assamese romantic poem for love, love story assamese,

  • 27 Followers
  • 50 Stories
    PopularLatestVideo

dikshit kayshap

mute video

sangita

#Assamesequotes 💔💔 #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
হয়তো তুমিওঁ এদিন বুজি পাবা অৱহেলাৰ তিক্ততা কিমান?  #assamesequotes
💔💔 #YourQuoteAndMine
Collaborating with Bedangana Baruah

Rikshikha kashyap

ৰৈ নোযোৱা কথাবোৰ

: আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ?
: হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । 
: হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । 
: ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ?
: ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ 
: বাহ ল'ৰাৰ কথা খুব জানা মানে ।
: তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি ।
: হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ?
: নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি..
: তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । 
: অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । 
ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । 
: হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ?
: মই পাৰোঁ 😁
: পাগলী তুমি..
: নহয় মই ভালেই । কেৱল কেতিয়াবা..
: কি ?
: একো নহয় । 
: কি নো কোৱাচোন । 
: সকলো কথা ক'ব পৰা নাযায় ..
: কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ?
: তেনেকুৱাই আৰু..
: তুমি ৰ'দ ভালপোৱা ন বহুত ?
: আপুনি কেনেকৈ জানিলে ?
: তোমাৰ ষ্টেটাছ বোৰত আকৌ ।
: আপুনি কি ভাল পায় ?
: বৰষুণ..
: হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে...
: হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । 
: বাৰু মই ৰাখিছোঁ । 
: একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা

" এজাক বৰষুণে মোক চুই থৈ গ'ল...."

@ঋকশিখা

©Rikshikha kashyap #Assamese #Assamesequotes #assamese_poem 
#Light

Losan Jyoti Pathak

mute video

Miss. Parveen (MATU)

#কেৱল এন্ধাৰে হে জনে #অসমীয়া_কবিতা nojoto❤ #Assamesequotes

read more
mute video

Uddipan Hazarika Manu

mute video

Jyotishman Das

mute video

Nojoto, ASSAMESE

জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত।

©Nojoto, ASSAMESE #Assamese #AssamesePoem #Assamesequotes #assamesepoetry #assam

#WelcomLife

Miss. Parveen (MATU)

flower sms shayari quotes তুমি ফুল হবা.., মই সুবাস হ'ম....
তুমি ফুলি ৰবা আৰু মই সুবাস বিলাই যাম......!

©Miss. Parveen #Assamesequotes

Miss. Parveen (MATU)

#এজাক বৰষুণৰ অপেক্ষাত #AssamesePoem #Assamesequotes #assamesepoetry nojoto❤ #nojoquotes

read more
আজি‌ বহু দিনেই হ'ল
মই ৰৈ আছো
এজাক বৰষুণৰ অপেক্ষাত.......
এবাৰ তিতিবলৈ মন আছে
সেই বৰষুণ জাকত.,
কিজানি সেই বৰষুণৰ টোপাল বোৰে
মচি পেলাই মোৰ 
হেৰুৱা দিনৰ স্মৃতি বোৰ.....
সেয়ে ৰৈ আছো মই
এজাক বৰষুণৰ অপেক্ষাত........

©Miss. Parveen #এজাক বৰষুণৰ অপেক্ষাত
#AssamesePoem  #Assamesequotes  #assamesepoetry   #nojoto❤  #nojoquotes
loader
Home
Explore
Events
Notification
Profile