Nojoto: Largest Storytelling Platform

Best assameselovequote Shayari, Status, Quotes, Stories

Find the Best assameselovequote Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese love sad poem, assamese sad love poem, assamese romantic poem for love, assamese love sms, assamese love message,

  • 3 Followers
  • 6 Stories
    PopularLatestVideo

sangita

#yourquotediary #assameselovequote 😇😇 #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
কিয় বাৰু..
 নীলা দাগ পৰাৰ পিছতো উত্তৰ নহা
 Message বোৰক তেখেতৰ ব্যস্ততা বুলি ভাবি থাকো ।
এয়া তু তেখেতৰ অৱহেলাও হব পাৰে 
কিন্তু নুশুনে এই মনটোৱে 
বুজিবও নোখোজে.. 
তেওঁৰো  যে ভুল হ'ব পাৰে। 
হয়তো এইয়াই মোৰ ভালপোৱা।
তেওঁৰ প্ৰতি অন্ধ প্ৰেম।  #yourquotediary 
#assameselovequote 
😇😇 #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

#assameselovequote #YourQuoteAndMine Collaborating with Priyam ankita

read more
তুমি আঁতৰি যোৱাৰ পৰা তোমাৰ কৃটিম
মৰমৰ পেৰাটো আৰু তুমি এৰি থৈ যোৱা স্মৃতিৰ টোপালটি লৈয়ে জীয়াই আঁছো।  #assameselovequote  #YourQuoteAndMine
Collaborating with Priyam ankita

Dr. Intaajuur Rahman

Tumar morom is much better than
Your love
Tumar du saku is much better than
You eyes
Tumar dugalot suma is much better than
You kisses
Amar maram is much better than
Our love. 
Amar okonmai tu is much better than
Our baby. 
Expressing love in your mother tongue 
Is much better than
Any other foreign language.
It has a different feelings 
On its own... #assamese #assameselovequote #assamesewriters #assam

R...🍁

পাহৰিবলৈ মনত ৰখাটো জৰুৰি... #অসমীয়া #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #yqquotes #assamesewriters #assameselovequote #Assam

read more
অপেক্ষাৰ অন্তত বছৰৰ শেষত আজি আকৌ উলমি ৰ'ল দোমোজাত থকা নামবিহীন সম্পৰ্কটো...
      ডায়েৰিৰ শেষৰখিলা পাতত চিয়াঁহীৰে বোৱাই গ'ল তাইৰ সামৰি ৰখা অভিমানবোৰ....
"আপুনি মোক পাহৰি যাব ন??"
"অহ!! ক্ষমা কৰিব। মোক পাহৰিবলৈনো মনত ৰাখিছিল কেতিয়া...??"  পাহৰিবলৈ মনত ৰখাটো জৰুৰি...
#অসমীয়া #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #yqquotes #assamesewriters #assameselovequote #assam

R...🍁

সপোনবোৰ শেষ নেকি বুলি সুধা প্ৰশ্নত জঠৰ হৈ ৰৈছিলো।
কেনেকৈনো কওঁ‌.....!! 
পচিব ধৰা কলিজাত আচুঁ‌তীয়াকৈ সাঁ‌চি ৰখা
 সপোনটোৰ নামেই যে আপুনি ❤ #yqbaba #yqbandhoi #yqquotes #assamese #assamesewriters #assameselovequote

R...🍁


টোপনিৰ পৰা সাৰ পাই চকু দুটা মোহাৰি নিয়ৰৰ  দূবৰিত দিয়া প্ৰথম খোজটোত উচপ্ খাই উঠো...
ভাৱনাৰ উত্তাল তৰংগৰ পৰা ভাৱনাবোৰ খহি পৰে আৰু জাৰত কঁ‌পি কঁ‌পি সিহঁতে কয়...
 "চিন্তিত নহ'বি সেয়া মাজৰাতিৰ সপোন মাত্ৰ যি পূৰ হোৱাৰ আগতেই হেৰাইছে ঠিক তেওঁৰদৰে যিদৰে চিনাকি হোৱাৰ পূৰ্ৱেই তেওঁ আঁ‌তৰিছে"...।। #yqbaba #yqbandhoi #assamesewriters #assamesequote #assameselovequote


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile