Find the Best এটি Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about à¦à¦Ÿà¦¿ কে, à¦à¦•à¦Ÿà¦¿ গান, à¦à¦Ÿà¦¿ হলো, à¦à¦•à¦Ÿà¦¿ à¦à¦¿à¦¡à¦¿à¦“, à¦à¦•à¦Ÿà¦¿ কারà§à¦Ÿà§à¦¨,
sangita
এনেকুৱা কিয় লাগে..? যেন তোমাতেই মোৰ প্ৰতিতো উশাহৰ ঠিকনা আৰু তোমাতেই শেষ উশাহৰ স্তব্ধতা. দুদিনৰ চিনাকি তুমি.. অথচ জনমে জনমে তোমাৰেই হোৱাৰ মন! কিদৰে কম... মৰমতে মাতা যে তুমি ধুনুজনী বুলি ... তাতেই তু মই বাধ্য তোমাৰ হ'বলৈ, অজান বাটে যোৱা নাই কেতিয়াও অথচ তোমাৰ হৃদয়ৰ অজান বাটেদি অকলেই যোৱাৰ মন! উদধিৰ সোঁতক ভয় নকৰো ভয় লাগে সময়ৰ সোঁতক! কিজানিবা ,মৰমবোৰ উটি যাই সেই সোঁতত .. তথাপিও ... উটি -ভাঁহি যাব খোজো অজান দ্বীপলৈ তোমাৰ প্ৰেমত.... - সুকন্যা #শ্বহীদ হ'ব বিচাৰোঁ তোমাৰ প্ৰেমত ##এটি ভালপোৱাৰ সুবাস #assamesequote #yqquotes #yqbabaquotes #YourQuoteAndMine Collaborating with Ar Dutta
sangita
তুমি নকলেও হ'ব কিবা এটা যে... আউল লগাইছো তোমাৰ হৃদয়ত ! কি নো প্ৰয়োজন আছে ? এই যে তুমি সমনীয়াৰ সৈতে কিৰীলি এটি মাৰি পদুলিটো পাৰ হৈ যোৱা। এয়াই জানো যথেষ্ঠ নহয় ? তোমাৰ সেই আবেগৰ কিৰীলি আৰু মোৰ হৃদয়ত তোলে অনুভূতিৰ হাজাৰ চুনামি । #openforcollab #প্ৰেম #এটি অনুভৱ
babul
এটি কবিতা শব্দৰ অভাৱত পৰি মই নিলিখো যদি এটি কবিতা ! তোমাৰ বাবে.... তেন্তে তুমি ভাবি লবা! তুমিয়েই এটি মোৰ বাস্তৱ কবিতা মিলাই ল'বা নিজে তুমি সেই কবিতাৰ ছন্দ, আওৰাবা সেই কবিতাৰ স্তৱক প্ৰাপ্তি -অপ্ৰাপ্তিৰ ক্ষণত জোনাক কিম্বা আউসীৰ চোতালত সাহস দিব জীয়াই থকাৰ আশাবোৰ জীপাল কৰিব। সমুখত যদি আহে প্ৰত্যাহ্বান বিচাৰি লবা কবিতাৰ বিশেষণবোৰ আত্মবিশ্বাসী কিম্বা ধৈয্যশীল! প্ৰত্যাহ্বান আঁতৰ হ'ব প্ৰাপ্তিয়ে হাঁহিব... আকৌ কলো....! শব্দৰ অভাৱত পৰি মই নিলিখো যদি এটি কবিতা...... ✏.. ৰেৱতী #এটি কবিতা
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited
Follow us on social media:
For Best Experience, Download Nojoto