Find the Best কাৰোবাৰ Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about
thor haturi
#প্ৰেমৰ সংজ্ঞা প্ৰাঞ্জলৰ দৃষ্টিত #প্ৰতিটো পোৱা চকু মেলাৰ পাছতেই যাৰ অবয়ব মনত আহে সেইটোৱেই হৈছে প্ৰেম।। #যি জনৰ এষাৰি মিঠা মাতৰ বাবে গোটেই দিন টো ক্ষণ গণি থকা যায় সেয়াই হৈছে প্ৰেম,।। #যি জনৰ লগত দুৰ্বাৰ কাজিয়া হোৱাৰ পাছতো,সৰু হৈ কাষ চপা যায় সেইয়াই হৈছে প্ৰেম,।। #কাৰোবাৰ কথা মনত পৰি যেতিয়া ওঠৰ কোণত মিচিকিয়া হাঁহি ভাহি উঠে সেয়াই হৈছে প্ৰেম,।। #পৃথিৱীৰ সমস্ত সুখ উপভোগ কৰা মুহূৰ্তত যদি কোনোবাৰ অনুপস্থিতৰ ভাব হয় সেয়াই হৈছে প্ৰেম, #তেওঁ ওচৰত নাই,কিন্তু আঁতৰত থাকিলেও মনৰ পৰা অহা আশীৰ্বাদ সেয়াই হৈছে প্ৰেম,।। #যাক আপোন কৰিব নোৱাৰি বুলি জানিও,প্ৰতিটো মুহূৰ্তত হৃদয়ৰ কোণত সজাই ৰখা যায় সেয়াই হৈছে প্ৰেম,,।। #যাৰ অনুভৱত মানৱ দেহত কলিজাৰ উমান পোৱা যায় ,সেয়াই হৈছে প্ৰেম,,।। #যাৰ দুখ দেখি তেওঁতকৈ বেছি দুখত ভাগি পৰা যেন অনুভৱ হয় ,সেয়াই হৈছে প্ৰেম,,।। #মানৱ শৰীৰে অনুভূতিৰ দলিছা খনত বাগৰিব খোজা মানেই হৈছে প্ৰেম,| #আকাশ নীলা গগনৰ, এসোপা মান সেউজীয়াৰ মাজত বিলীন হৈ যাব খোজা মানেই হৈছে প্ৰেম,।। #মোবাইলৰ ৰিংটন বজাৰ আগতেই ফোন আহিব বুলি অহা অনুভৱ মানেই হৈছে প্ৰেম,।। #ত্যাগৰ অন্তিম চৰণৰ ক্ষণয়েই হৈছে প্ৰেম।। #LOVE/প্ৰেম
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited