Nojoto: Largest Storytelling Platform
thorhaturi5200
  • 2Stories
  • 2Followers
  • 7Love
    0Views

thor haturi

  • Popular
  • Latest
  • Video
db093849bc9d97f78029a0838f7c088e

thor haturi

#প্ৰেমৰ সংজ্ঞা প্ৰাঞ্জলৰ দৃষ্টিত
#প্ৰতিটো পোৱা চকু মেলাৰ পাছতেই যাৰ অবয়ব  মনত আহে সেইটোৱেই হৈছে প্ৰেম।।
#যি জনৰ এষাৰি মিঠা মাতৰ বাবে গোটেই দিন টো ক্ষণ গণি থকা যায় সেয়াই হৈছে প্ৰেম,।।
#যি জনৰ লগত দুৰ্বাৰ কাজিয়া হোৱাৰ পাছতো,সৰু হৈ কাষ চপা যায় সেইয়াই হৈছে প্ৰেম,।।
#কাৰোবাৰ কথা মনত পৰি যেতিয়া ওঠৰ কোণত মিচিকিয়া হাঁহি ভাহি উঠে সেয়াই হৈছে প্ৰেম,।।
#পৃথিৱীৰ সমস্ত সুখ উপভোগ কৰা মুহূৰ্তত যদি কোনোবাৰ অনুপস্থিতৰ ভাব হয় সেয়াই হৈছে প্ৰেম,
#তেওঁ ওচৰত নাই,কিন্তু আঁতৰত থাকিলেও মনৰ পৰা অহা আশীৰ্বাদ সেয়াই হৈছে প্ৰেম,।।
#যাক আপোন কৰিব নোৱাৰি বুলি জানিও,প্ৰতিটো মুহূৰ্তত হৃদয়ৰ কোণত সজাই ৰখা যায় সেয়াই হৈছে প্ৰেম,,।।
    #যাৰ অনুভৱত মানৱ দেহত কলিজাৰ উমান পোৱা যায় ,সেয়াই হৈছে প্ৰেম,,।।
   #যাৰ দুখ দেখি তেওঁতকৈ বেছি দুখত ভাগি পৰা যেন অনুভৱ হয় ,সেয়াই হৈছে প্ৰেম,,।।
 #মানৱ শৰীৰে অনুভূতিৰ দলিছা খনত বাগৰিব খোজা মানেই হৈছে প্ৰেম,|
   #আকাশ নীলা গগনৰ, এসোপা মান সেউজীয়াৰ মাজত বিলীন হৈ যাব খোজা মানেই হৈছে প্ৰেম,।।
   #মোবাইলৰ ৰিংটন বজাৰ আগতেই ফোন আহিব বুলি অহা অনুভৱ মানেই হৈছে প্ৰেম,।।
#ত্যাগৰ অন্তিম চৰণৰ ক্ষণয়েই হৈছে প্ৰেম।। #LOVE/প্ৰেম
db093849bc9d97f78029a0838f7c088e

thor haturi

#মৰম প্ৰাঞ্জল ৰুদ্ৰাক্ষৰ

#মৰম প্ৰাঞ্জল ৰুদ্ৰাক্ষৰ #nojotovideo


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile