Find the Latest Status about axomiya from top creators only on Nojoto App. Also find trending photos & videos about, axomiya.
fireflies
নিৰ্জনতাৰ কোলাহলৰ এটি আবেলি আৰু একাপ চাহৰ সৈতে মই মোৰ মনতো যেন চাহকাপত চুমুক দিয়া বিস্কুটৰ দৰে গলিব খোজে অচিন উমাল কোণত আৰু হেৰাই যাব খোজে আন্ধাৰৰ পৰিসীমাত ©fireflies #AssamesePoem #Assamese #Assam #Axomiyakabita #axomiya #good_morning 😊😊😊
#AssamesePoem #Assamese #Assam #Axomiyakabita #axomiya #good_morning 😊😊😊
read moreAxom
Zindegi Do poll ki.. dosto khbi ghomand mat korna.. pyaar hain to zindegi he... ©Axom axomiya
axomiya #Life
read moreRiki baishya
ভাল লাগে তোমাৰ নাম, মোৰ লগত । যেন কোনোবাটো ৰাতিপুৱা, সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত । #axomiya #deka #tezpuriyan #riki
#axomiya #Deka #tezpuriyan #riki
read more