Nojoto: Largest Storytelling Platform

New hiy Quotes, Status, Photo, Video

Find the Latest Status about hiy from top creators only on Nojoto App. Also find trending photos & videos about, hiy.

    LatestPopularVideo

sangita

#অসমীয়া #openforcollab #hiya #yourquotebandhoi #Assamese #collabwithme #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
মই তোমাৰ হ'ব বিছাৰো...
তোমাৰ কাষত নহয় 
তোমাৰ হৃদয়ত নিভৃত কোণত থাকিব বিছাৰো... #অসমীয়া  #openforcollab #hiya #yourquotebandhoi #assamese #collabwithme  #YourQuoteAndMine
Collaborating with Hiyasmita Ray

sangita

#মৰম #অনুৰাগী #প্ৰেম #openforcollab #Collabwith-hiysyqbandhoiassamesequote #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
মই তোমাৰ অনুক্ত প্ৰেমৰ দুৰ্বোধ্য পৰিভাষাৰ একমাত্ৰ অনুৰাগিনী.. #মৰম #অনুৰাগী #প্ৰেম #openforcollab #collabwith-hiys#yqbandhoi#assamesequote  #YourQuoteAndMine
Collaborating with Hiyasmita Ray

sangita

#মৰম #সহযোগ_কৰিব_পাৰে #openforcollab #অসমীয়া_কবিতা #hiya #yqbaba #yqdidi #yqbandhoi Collaborating with Hiyasmita Ray

read more
মৰমবোৰ এনেকুৱাই!
হয়তো অত্যধিক বুজি মৰমবোৰক অৱহেলা কৰো
 বুলিয়েই  বুজিব দিব নিবিচাৰে।
নতুবা, ইচ্ছাকৃতভাৱে অবুজ হৈ থকাটো কামনা কৰিবও পাৰে। 
 #মৰম #সহযোগ_কৰিব_পাৰে #openforcollab
#অসমীয়া_কবিতা  #hiya #yqbaba #yqdidi #yqbandhoi   
Collaborating with Hiyasmita Ray

sangita

#cinemagraph মনৰকল্পনা#সপোনassamesepoetryyourquotebandhoihiyacollabwithme #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
তোমাক মই কিমান ভালপাব পাৰো ??
তাৰ কোনো হিচাপ নিবিচাৰিবা ...
মোৰ দুচকুতেই তুমি সেই ভালপোৱাৰ
চেকুঁৰা দেখিবা। 
তোমাক মই কিমান মৰম দিব পাৰো ??
সেই মৰমৰ পৰিসীমা নিবিচাৰিবা ..
কিয়নো, মোৰ মৰম হৃদয়ৰ পৰা
 হৃদয়লৈ বৈ  যায়। 
 তোমাক মই কিমান বিশ্বাস কৰো??
যিমান বিশ্বাসৰ কোনো সংজ্ঞাই নাই ....
মাথোঁ মোৰ বিশ্বাসত বিশ্বাস ৰাখিবা। 
তোমাৰ বাবে মোৰ অন্তৰত কিমান ঠাই আছে??
 যিমান ঠাই এই পৃথিৱীৰো নাই... 
কিয়নো, মোৰ অন্তৰৰ পৰিধি অসীম। 
যাৰ কোনো অন্তই নাই। 
 #cinemagraph মনৰকল্পনা#সপোন#assamesepoetry#yourquotebandhoi#hiya#collabwithme #YourQuoteAndMine
Collaborating with Hiyasmita Ray

Amar Chikhale

hiyyyijfesvj

read more

Vikash Guru

hiyyy #Love

read more

Aasif Malik

hiyeysyhs #समाज

read more

sabadab

hiyuutryy #Thoughts

read more

Pawan singh ps

hiyhhh

read more

Móh Tãlîb Síddîqûí

hiyyyytt

read more
 hiyyyytt
loader
Home
Explore
Events
Notification
Profile