Nojoto: Largest Storytelling Platform

Best yourquotebandhoi Shayari, Status, Quotes, Stories

Find the Best yourquotebandhoi Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about falling in love with you quotes, i love you funny, the way i love you poem, now i wanna fall in love with you, i love you poems for boyfriend,

  • 1 Followers
  • 13 Stories

sangita

মানৱতা এনেকৈ শেষ হৈছে যে মনবোৰ বেয়া লাগি থকাই হ'ল ....... মানুহৰ ৰূপত দস্যু থিতাপি লৈছেহি ধৰাত ..... #myquote #চুহানীশর্মাৰমনোজগত #চুহানীশর্মাৰঅাংবাং #yourquotebandhoi #sadquotes #YourQuoteAndMine Collaborating with চুহানী শর্মা(ভাবুক মই)

read more
নিৰ্বোধতাই গ্ৰাস কৰিছে এই হৃদয়খন......
অবাৰিত হোৱাৰ হাবিয়াসত মনে আৰ্তনাদ কৰি উঠিছে। 
জীৱনৰ সমস্যাক বাদেই দিছো বাৰু
মানৱীয়তাৰ প্ৰভ্ৰংশইহে হৃদয়খনক আঁচোৰিছে
মানৱীয় প্ৰমূল্যৰ নিস্কৃতি প্ৰমূৰ্ত হৈ পৰাৰ পিছতেই
ওন্দোলা হৃদয়ৰ বিষাদবোৰে বন্যা সৃষ্টি কৰিব লৈছে!! মানৱতা এনেকৈ শেষ হৈছে যে মনবোৰ বেয়া লাগি থকাই হ'ল ....... 
মানুহৰ ৰূপত দস্যু থিতাপি লৈছেহি ধৰাত .....
#myquote #চুহানীশর্মাৰমনোজগত #চুহানীশর্মাৰঅাংবাং #yourquotebandhoi 
#sadquotes  #YourQuoteAndMine
Collaborating with চুহানী শর্মা(ভাবুক মই)

sangita

#yourquotebandhoi #openforcollab #collabwithme #অসমীয়া #অনুভৱ_হৃদয়ৰ #YourQuoteAndMine Collaborating with Rajdeep kashyap নিমন্ত্ৰণ ৰক্ষাৰ চেষ্টাত......

read more
প্ৰতাৰণাই য'ত পোখা মেলে
বিষাদৰ ৰঘুমলাও তাত লহপহকৈ বাঢ়ে
তাতেই ভালপোৱা
বোৰ হয় অভিসন্তপ্ত....।
 #yourquotebandhoi 
#openforcollab  #collabwithme
 #অসমীয়া #অনুভৱ_হৃদয়ৰ  #YourQuoteAndMine
Collaborating with Rajdeep kashyap
নিমন্ত্ৰণ ৰক্ষাৰ চেষ্টাত......

sangita

#yqbandhoi #openforcollab#স্মৃতি#জীৱন #yourquotebandhoi #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
তুমি নামৰ জোনাক জাক যেতিয়া প্ৰভা হৈ মোৰ কাষত থাকে ,
 তেতিয়া ৰক্ত সপ্তাশ্বকো নিস্তেজ যেনেই লাগে.. #yqbandhoi #openforcollab#স্মৃতি#জীৱন #yourquotebandhoi   #YourQuoteAndMine
Collaborating with Hiyasmita Ray

sangita

# সপোন#বাস্তব #yourquotebandhoi #assamesepoetry #openforcollab #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
তোমাক লৈ ৰছা হৃদয়ৰ আছুতীয়া সপোনবোৰ যেতিয়া বাস্তৱতালৈ পোখা মেলে। 
তেতিয়া বাস্তৱতাকো মাজ নিশাৰ ভৰ টোপনিৰ সপোন যেন লাগে... # সপোন#বাস্তব #yourquotebandhoi #assamesepoetry #openforcollab  #YourQuoteAndMine
Collaborating with Hiyasmita Ray

sangita

সহযোগ কৰিব পাৰে #মোৰ মন যায় #অনুভৱ ৫ #yourquotebaba #yourquotebandhoi #AssamesePoem #YourQuoteAndMine Collaborating with sagarika rajbongshi

read more
মোৰ মন যায় ,
তোমাৰ সকলো বিষাদ -বেদনাক নিজৰ কৰি ল'বলৈ..  সহযোগ কৰিব পাৰে
#মোৰ মন যায়
#অনুভৱ ৫
#yourquotebaba 
#yourquotebandhoi 
#assamesepoem 
  #YourQuoteAndMine
Collaborating with sagarika rajbongshi

sangita

#বিষাদ #yourquotebandhoi #asssmesepoetry #openforcollab #collabwithme #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
তুমি মোৰ বুকুত শূল পাত মাৰি যোৱাৰ বাবে মই কষ্ট পোৱা নাই....
আবেগৰ মূল্য নুবুজা নিদাৰুণৰ হাতত মই হৃদয়খনি সপি দিয়াৰ বাবে নিজক লৈহে দুখ পাইছো...!
 #বিষাদ #yourquotebandhoi #asssmesepoetry #openforcollab #collabwithme  #YourQuoteAndMine
Collaborating with Hiyasmita Ray

sangita

শব্দবোৰেও যেতিয়া লগ এৰে #rodangini #তেজ #yourquotebandhoi #assamesequote #YourQuoteAndMine Collaborating with Rodangini Dutta♡ Collaborating with নয়ন

read more
সপোনৰ পম খেদি উৰি ফুৰো বাবেই হয়তো
এতিয়া বাস্তৱতাই মোক ভেঙুচালি দেখুৱাইছে।  শব্দবোৰেও যেতিয়া লগ এৰে
#rodangini 
#তেজ 
#yourquotebandhoi 
#assamesequote  #YourQuoteAndMine
Collaborating with Rodangini Dutta♡
Collaborating with নয়ন

sangita

#অসমীয়া #openforcollab #hiya #yourquotebandhoi #Assamese #collabwithme #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
মই তোমাৰ হ'ব বিছাৰো...
তোমাৰ কাষত নহয় 
তোমাৰ হৃদয়ত নিভৃত কোণত থাকিব বিছাৰো... #অসমীয়া  #openforcollab #hiya #yourquotebandhoi #assamese #collabwithme  #YourQuoteAndMine
Collaborating with Hiyasmita Ray

sangita

#assamesequote #yourquotebandhoi কবিতা বুলিলে কাৰ মনত কি ভাৱৰ উদয় হয় সকলোৱে Collab কৰি জনাবচোন। #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
কবিতানো কি?? 
কবিতা মানে হৃদয়ৰ অব্যক্ত ভাষা...
কবিতা মানে হৃদয়ৰ ব্যাকুলতা...
কবিতা মানেই ‌শাব্দিক প্ৰেম। ...
 #assamesequote 
#yourquotebandhoi 
কবিতা বুলিলে কাৰ মনত কি ভাৱৰ উদয় হয় সকলোৱে Collab  কৰি জনাবচোন।   #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

#হিয়া #অসমীয়া তুমি মোৰ হলে মই সদায় তোমাৰ 😁🤭🙈.......... #Collab #openforcollab #collabwithme #yourquote #yourquotebandhoi #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
তুমি ফুল হ'লে, মই পখিলা হৈ উৰি যাম..
তুমি বৰষুণ হ'লে ,মই আজীৱন সেই বৰষুণজাকত তিতি যাম।  #হিয়া #অসমীয়া তুমি মোৰ হলে মই সদায় তোমাৰ 😁🤭🙈.......... #collab #openforcollab #collabwithme #yourquote #yourquotebandhoi  #YourQuoteAndMine
Collaborating with Hiyasmita Ray
loader
Home
Explore
Events
Notification
Profile