Nojoto: Largest Storytelling Platform

Best bandhoicollab Shayari, Status, Quotes, Stories

Find the Best bandhoicollab Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos aboutband name with c, raksha bandhan shayari for brother in hindi, raksha bandhan shayari in hindi, essay on raksha bandhan in hindi, lakh band kare maikhane zamane wale is shahar me kam nahi mujhe aankhon se pilane wale urdu shayeri download,

  • 7 Followers
  • 50 Stories

BIDISH GOSWAMI

#মোৰ_কবিতাৰ_প্ৰেৰণা #Collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
প্ৰেমত সফল হ’ব নোৱাৰিলো পিছে কি হল,
জোন আৰু তৰাবোৰক সাক্ষী থৈ,
উজাগৰী ৰাতি, ভাৱনাৰ নাওঁ সাজি,
আকাশৰ নীলা চাদৰৰ তলত, শুৱতো পাৰিছো....
এখনি ছবি অংকিত কৰিবতো পাৰিছোঁ।

তোমাক আপোন কৰিব নোৱাৰিলো পিছে কি হল,
দেহৰ প্ৰতি ৰক্ত সিৰা উপসিৰাত,
তোমাৰ হাঁহি আৰু স্মৃতিক বুকুত বান্ধি,
সপোনৰ ভাস্কৰ্য গঢ়িবতো পাৰিছোঁ.....
দুখৰ মাজতো প্ৰাণ খুলি হাঁহিবতো পাৰিছোঁ।

বিস্মৃত কৰিব নোৱাৰিলো তোমাক পিছে কি হ’ল,
তোমাৰ সৰিয়হফুলীয়া মুখনি চাই,
নিৰ্জনে মনৰ কাৰেংত  তোমাক বিচাৰি,
জোনবাইৰ লগত গুণ গুণাবতো পাৰিছোঁ.....
তোমাৰ নামত কবিতা লিখিবতো পাৰিছোঁ।
 #মোৰ_কবিতাৰ_প্ৰেৰণা
 #collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

BIDISH GOSWAMI

#এটাআধৰুৱাকবিতা কলাব কৰক বান্ধৈৰ সৈতে। #Collab #bandhoicollab #Assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
যেন জীৱন পূৰ্ণ হোৱাৰ পাছতো, কিবা শূণ্যতা,
যেন মাজনিশা অনুভৱ এক ব্যৰ্থতা।


যেন কবি সংজ্ঞাবিহিন, এক জনক অৰণ্যত,
যেন পূৰ্ণিমাৰ চন্দ্ৰমা লুপ্ত, ডাৱৰৰ আবৰত। #এটাআধৰুৱাকবিতা কলাব কৰক বান্ধৈৰ সৈতে। #collab #bandhoicollab #assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

BIDISH GOSWAMI

আজিৰ লিখনিত নিজৰ বাবে লিখক নিজৰ মনৰ কথা নিজৰ বাবে কি ভাবে, কি বিচাৰে? #মই মোৰ কাৰণে কি বিচাৰো? #Collab #bandhoicollab #Assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
এক উত্তৰ বিহীন সাঁথৰ,
এক বঠা বিহীন নৌকা
এক আবেগ বিহীন হাঁহি।।

I am
An answerless riddle,
An oarless boat..
An emotionless smile...

 আজিৰ লিখনিত নিজৰ বাবে লিখক নিজৰ মনৰ কথা নিজৰ বাবে কি ভাবে, কি বিচাৰে? #মই মোৰ কাৰণে কি বিচাৰো? #collab #bandhoicollab #assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

BIDISH GOSWAMI

জীৱনৰ ব্যস্ততাত ভগৰুৱা হৈ পৰা দেহ মনে কেতিয়াবা অলপ বিৰতি বিচাৰে। #জীৱনৰব্যস্ততাত অকণমান বিৰতিৰ কেতিয়াবা আপোনাকো প্ৰয়োজন, আপুনি কি দৰে কটাব বিচাৰে বিৰতিৰ মুহূৰ্ত? #Collab আজিৰ লিখনিত লিখক। #bandhoicollab #a Collaborating with YourQuote Bandhoi #Dreams&reality, #সপোনদিথক

read more
                   সপোন দিথকৰ মাজেৰে...


জীৱনৰ ব্যস্ততাত কেতিয়াবা,

আপোন হেৰাই যায়..... সময় বাগৰি যায়.... জীৱন নিগৰি  ৰয়.......সপোন, কোলাহল মাজত এক বেদনাৰ সাগৰ।

জীৱনৰ ব্যস্ততাত কেতিয়াবা,

অতীত বিৰিঙি ৰয়.....  অশ্ৰো বাগৰি যায়.......  আন্ধাৰৰ হাহাকাৰ হয়..... দিথক,  হাঁহি কান্দোন'ৰ মাজত এক  শূণ্যতাৰ  প্ৰহৰ।। জীৱনৰ ব্যস্ততাত ভগৰুৱা হৈ পৰা দেহ মনে কেতিয়াবা অলপ বিৰতি বিচাৰে। #জীৱনৰব্যস্ততাত অকণমান বিৰতিৰ কেতিয়াবা আপোনাকো প্ৰয়োজন, আপুনি কি দৰে কটাব বিচাৰে বিৰতিৰ মুহূৰ্ত? #collab আজিৰ লিখনিত লিখক। #bandhoicollab #a
Collaborating with YourQuote Bandhoi #dreams&reality, #সপোনদিথক

R...🍁

ভয় যদি নোহোৱা হয় তেন্তে কি হব? #মৰমৰভয় #অসমীয়া #Challenge #assamesequote #yqbaba #yqbandhoi #bandhoicollab #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
উম হয়, মৰমৰ!!
এই ভয় এটা আছে বাবেই মই আজি মই হৈ আছো।
নিজক পাহৰাৰ ভয়টো আছে বাবেই ব্যস্ততাৰ সোঁ‌তত এৰি দিছো সকলো।
 এই যে ভয়টোৰ বাবেই কাৰোবাক প্ৰতিপল সামৰি ৰাখো,
 এই ভয়টোৰ বাবেই যাক উশাহত কঢ়িয়াই ফুৰো,
   মাজৰাতি সাৰ পায় চিঞৰি উঠাৰ পৰত নিজক নিচুকাব পৰাকৈ পৰিপক্ক মই, তথাপি ডাঠকৈ লোৱা কাজলৰ আঁ‌ৰতো ভয় এটাক পুহি ৰাখো দুচকুত!
   
     আচলতে কি জানা এই ভয়বোৰেই ওচৰ চপাই আনে আমাক। বঢ়াই তোলে আব্দাৰবোৰ, নে লৈ যায় মনিব নোৱাৰা দূৰলৈ?? দাৰি, কমালৈকে বাৰু ঠিকেই আছে, প্ৰশ্নবোধক হৈ ৰোৱাৰ ভয়টোক কিদৰে এৰো?? 

     যিদিনা কাৰোবাক হেৰুৱাই দিয়াৰ ভয়টো নোহোৱা হৈ  যাব, হয়তো সেইদিনাই ইজনে আনজনক হেৰুৱাই পেলাম।
   এই ভয় যদি স্বাৰ্থ তথাপি আপোনালোকৰ ভাষাৰেই ক'বলৈ ভাল পাম, হয় ভয়াতুৰ মই ।। ভয় যদি নোহোৱা হয় তেন্তে কি হব?

#মৰমৰভয় #অসমীয়া  #challenge #assamesequote #yqbaba #yqbandhoi #bandhoicollab  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

R...🍁

#বৰষুণৰটোপালযেতিয়াপৰে হাতত মনত পৰে মোৰ থকা তোমাৰ কাষত। #অসমীয়া #Collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
 দুচকুত বাৰিষা নামে....! #বৰষুণৰটোপালযেতিয়াপৰে হাতত মনত পৰে মোৰ থকা তোমাৰ কাষত।
#অসমীয়া #collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

R...🍁

#cinemagraph #কিবাকবখুজিছিলেমোকমোৰ আবেগে কিন্তু আৱেগিক নহয় আগুৱাই গলো মই। #অসমীয়া #Collab #bandhoicollab #yqbaba #yqbandhoi #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
দুখবোৰে......!!
উচুপিবলৈ কৈছিল বাৰে বাৰে....
কিন্তু উচুপনি সামৰি দুখবোৰ উদযাপন কৰিলোঁ‌...
হতাশ হৈয়ো ভাগি নপৰাকৈ আঁ‌তৰি আহিলোঁ।

 #cinemagraph
#কিবাকবখুজিছিলেমোকমোৰ আবেগে কিন্তু আৱেগিক নহয় আগুৱাই গলো মই।
#অসমীয়া   #collab #bandhoicollab #yqbaba #yqbandhoi  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

R...🍁

#সময়েএৰিযায় সকলোকে, ৰৈ নাথাকে আমাৰ সুখ বা দুখলৈ চাই। #অসমীয়া #Collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam #YourQuoteAndMine Collaborating with YourQuote Bandhoi Collaborating with ৰঞ্জিতা... Collaborating with জ্যোতি ভাৰ্গৱ

read more
তথাপি ভাল পাওঁ‌ এই জীৱন...
সূৰ্যাস্তৰ হেঙুলীয়াখিনিৰ দৰে...।। #সময়েএৰিযায় সকলোকে, ৰৈ নাথাকে আমাৰ সুখ বা দুখলৈ চাই।
#অসমীয়া #collab #bandhoicollab #yqbaba #yqbandhoi  #writersofassam  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi
Collaborating with ৰঞ্জিতা... 
Collaborating with জ্যোতি ভাৰ্গৱ

R...🍁

#অপেক্ষাতকেতিয়াবা ...... মনৰ কথাবোক #Collab কৰক বান্ধৈৰ সৈতে আজিৰ #bandhoicollab ত। #Assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
উপেক্ষিত হৈ পাইছা...?? #অপেক্ষাতকেতিয়াবা ......
মনৰ কথাবোক #collab কৰক বান্ধৈৰ সৈতে আজিৰ #bandhoicollab ত।
#Assamese #assamesequote #yqbaba #yqbandhoi #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

R...🍁

#সময়েএৰিযায় সকলোকে, ৰৈ নাথাকে আমাৰ সুখ বা দুখলৈ চাই। #অসমীয়া #Collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam #YourQuoteAndMine Collaborating with YourQuote Bandhoi

read more
নদীয়ে সুঁ‌তী এৰাৰ দৰে... #সময়েএৰিযায় সকলোকে, ৰৈ নাথাকে আমাৰ সুখ বা দুখলৈ চাই।
#অসমীয়া #collab #bandhoicollab #yqbaba #yqbandhoi  #writersofassam  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi
loader
Home
Explore
Events
Notification
Profile