Nojoto: Largest Storytelling Platform

Best অসমীয়া Shayari, Status, Quotes, Stories

Find the Best অসমীয়া Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about অসমীয়া কেলেণ্ডাৰ 2020, অসমীয়া কবিতা প্ৰেমৰ, অসমীয়া গান, অসমীয়া শব্দ অৰ্থ, অসমীয়া উপন্যাস pdf,

  • 8 Followers
  • 26 Stories
    PopularLatestVideo

Arup Kalita

#অসমীয়া

read more
বিচৰাৰ লগে লগে সকলো পোৱাহেঁতেন,
প্ৰাপ্তিৰ সুখ 
কোনেও অনুভৱ কৰিব নোৱাৰিলেহেঁতেন ।  #অসমীয়া

sangita

▪যান্ত্রিক▪ সহযোগ কৰিলে বৰ আনন্দিত হ'ম😇😇☺ #YourQuoteAndMine #অনুভৱ #অসমীয়া #yqbandhoi #যান্ত্ৰিক #অনু_কবিতা

read more
▫️অযান্ত্ৰিক▫️

ভিঁজা হাতৰ মুঠিত এমুঠি সেউজ ,
হৃদয়ত সুস্থ উশাহৰ লগন...।
ৰৌদ্ৰস্নান আবেলিত শব্দৰ সোঁত.....
অনুভৱত ভাললগাৰ লহৰ।।

শুভ্ৰ হেঁপাহত জোনাক সিঁচাত,
সদ্য ব্যস্ত হৃদয়--। 
আকাশত প্ৰিয় তৰাটিৰ উদয়।।
পৰিস্ফুট ---
নীলিমাৰ ছায়া ,
জোনটিৰ কবিতা---।
তৰাফুলা নিশা।।

 ▪যান্ত্রিক▪

সহযোগ কৰিলে বৰ আনন্দিত হ'ম😇😇☺

sangita

#openforcollab #Assamese #assamesequote #অসমীয়া #বিষাদৰ_ৰাগ #অনুভৱৰ_টুকুৰা #YourQuoteAndMine Collaborating with Rajdeep নিমন্ত্ৰণ ৰক্ষাৰ চেষ্টাত....

read more
কটুভাষিনীৰ ঊষৰপূৰ্ণ নিস্বানৰ
সন্মুখত নিজৰ সৰল যুক্তি দাঙি ধৰাতকৈ 
পৰিস্থিতি বুজি 
মৌনিতা হোৱাই শ্ৰেয়...।  #openforcollab
#assamese 
#assamesequote 
#অসমীয়া 
#বিষাদৰ_ৰাগ 
#অনুভৱৰ_টুকুৰা    #YourQuoteAndMine
Collaborating with Rajdeep 
নিমন্ত্ৰণ ৰক্ষাৰ চেষ্টাত....

sangita

#অসমীয়া#জীৱনৰকঠিনপাঠ #জীৱনজিন্দাবাদ # #YourQuoteAndMine Collaborating with ৰিতুৰাজ সাউদ #মোৰ_প্ৰিয়_বিষাদ #মোৰহৃদয়ৰভাষা Collaborating with মিছেচ কথাচহকী

read more
অসহ্যকৰ অৱহেলাত কেতিয়াবা... বিৰহকাতৰ হৃদয়ে ওৰে নিশা বিষাদত ছটফটাই থাকে তোমাক হেৰুৱাৰ বেদনাত। #অসমীয়া#জীৱনৰকঠিনপাঠ #জীৱনজিন্দাবাদ # #YourQuoteAndMine
Collaborating with ৰিতুৰাজ সাউদ
#মোৰ_প্ৰিয়_বিষাদ 
#মোৰহৃদয়ৰভাষা 
Collaborating with মিছেচ কথাচহকী

sangita

#colloub with me mor hoite colloub korok....jodi val lage....ফাগুনে বন্ধু-বান্ধবী সকলোকৰ জীৱনত কি কি অনুভূতি,নতুন কামৰ সূচনা কৰি থৈ গল, নিজৰ নিজৰ অভিঞ্জতা জনাব,।#অসমীয়া#ফাগুন#quotebandhoi #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
ফাগুন গলগৈ, 
মোৰ উদাসীন হিয়াৰ স্মৃতিবোৰ খুচৰি
দুখে গৰকা মোৰ হিয়াত বিষাদৰ ঢৌ তুলি,, #colloub with me mor hoite colloub korok....jodi val lage....ফাগুনে বন্ধু-বান্ধবী সকলোকৰ জীৱনত কি কি অনুভূতি,নতুন কামৰ সূচনা কৰি থৈ গল, নিজৰ নিজৰ অভিঞ্জতা জনাব,।#অসমীয়া#ফাগুন#quotebandhoi #YourQuoteAndMine
Collaborating with Hiyasmita Ray

A Lone

মই, নিস্তেজ...🖤 #assamesepoetry #Assamese #assamesewriters #assamesequote #writer #কবিতা #অসমীয়া #Broken

read more
নিস্তেজ

নিশ্চয়ে অজান,
আপুনি, কোন বাৰু...?
কাতৰ চিঞৰে, পাঁজৰ অসীমে,
এই বুলি সুধিলে...!

ধাৰাষাৰ প্ৰশ্নই,
জুৰুলা কৰা অসিত,
আঁৰালৰ আঁৰত, অবাক কোনোবা,
নিঃসঙ্গে নিশব্দে...!
হঠাৎ, এটা অৱশ উচ্চাৰ্...!
মই, নিস্তেজ... মই, নিস্তেজ...🖤





#assamesepoetry #assamese #assamesewriters #assamesequote #writer #কবিতা #অসমীয়া #broken

A Lone

তেজৰ চেকা...💙🌸 #assamesepoetry #assamesequote #assamesewriters #Assamese #writer #অসমীয়াকবিতা #অসমীয়া #poem

read more
তেজৰ চেকা

জনাটো নাছিলো !
তোমাৰ, ধাৰাল কলমৰ কথা,
এই যে, মোৰ বুকুখন চিৰাচিৰ কৰিব বুলি ।
এইয়াই চাগে, তোমাৰ প্ৰিয় আছিল,
তেজৰ চেকা...!

আঁচলে ঢাকি ৰখা, 
তোমাৰ বুকুতে সহস্ৰ গোচৰ সাৰে আছে...।
নিশ্চয়ে শুনিছো মই ।
কিন্তু আজি,
জটিল ৰাগিৰ,
ভীষণ ব্যস্ত মানুহ মই ! তেজৰ চেকা...💙🌸






#assamesepoetry #assamesequote #assamesewriters #assamese #writer #অসমীয়াকবিতা #অসমীয়া #poem

A Lone

হীৰু দা আৰু জুবিন দা দুইয়‌ো মোৰ খুবেই প্ৰিয়, both are legends, i arranged their works and words together...🖤🌸 #assamesepoetry #assamesequote #Assamese #assamesewriters #Assam #অসমীয়াকবিতা #অসমীয়া #অসমীয়াঅনুভৱ

read more
(ii)

কিন্তু,
জানা, প্ৰিয়তমা.....
এতিয়া যেন মই এক,
আচৰিত প্ৰেমৰ পিঞ্জৰত বন্দী ।
মোৰ দুৱাৰৰ অদূৰত তুমি...!
তথাপিও মোৰ...

হাঁঃ হাঁঃ
নীলা...
নিহাৰিকা জনী, 
তুমিটো নহয় কোনো আন...!
তুমি সহজ সুন্দৰ, 
মোৰ তেজে ধোৱা এটি গান....
মন গ'লে আহিবা....
এদিন, মোৰ কাষলে.....!? হীৰু দা আৰু জুবিন দা দুইয়‌ো মোৰ খুবেই প্ৰিয়, both are legends, i arranged their works and words together...🖤🌸




#assamesepoetry #assamesequote #assamese #assamesewriters #assam #অসমীয়াকবিতা #অসমীয়া #অসমীয়াঅনুভৱ

A Lone

একলম্, তোমাৰ নামত...💙 #assamesepoetry #assamesequote #Assamese #assamesewriters #blue love #অসমীয়াকবিতা #অসমীয়া

read more
একলম্, 
তোমাৰ নামত...
মোৰ, জীয়া তেজেৰে লিখিম...
ৰঙীন ঝংকাৰ তুলা,
নীলপ্ৰিয়া, তোমাৰ মৌনতা বোৰক...

যদিও নিষিদ্ধ মই, তোমাৰ...
সম্ভ্ৰান্ত চহৰত...!
তথাপিও, নীলা বোৰে,
উপচাই সানি দিম, তোমাৰ...
নিহাৰিকা বুকুৰ, অসীম বোৰত...!

তোমাৰ কলমৰ, ইপাৰৰ,
আকাশ খনতে, মই থাকিম...
আৰু সিপাৰৰ,
সাগৰ খনতে, নীলা বোৰক ৰাখিম...
ব্যাকুলতাৰে...
 একলম্, তোমাৰ নামত...💙




#assamesepoetry #assamesequote #assamese #assamesewriters #blue #love #অসমীয়াকবিতা #অসমীয়া

A Lone

হাবিয়াস...🖤🥀 তোমাৰ, ৰহস্য বোৰ... ভেদ কৰাৰ...💙 #assamesepoetry #assamesequote #Assamese #assamesewriters love #Nature #অসমীয়াকবিতা #অসমীয়া

read more
নিহাৰিকা

এতিয়াওটো সাৰে আছে !
হাবিয়াস, অসীমৰ বাকৰিত,
এটা চিগাৰেট খোৱাৰ ।
মুনি-চুনি নদীৰ পাৰত বহি,
বিষণ্ণ এটি গান গোৱাৰ !
কলিজা ভেদি অহা তেজত,
এক নতুনত্ব বিচাৰি পোৱাৰ !

আমিটো নাজানো,
সম্ভ্ৰান্ত আচৰণৰ অনুশীলন !
আমি ফটা কামিজৰ জেপট,
দহ টকীয়া সপোন বুটলা স্বপ্নদ্ৰষ্টা ।

হাবিয়াস কোনোবা ৰাতিৰ,
দূৰ নিহাৰিকাৰ ভাঁহি অহা ৰং বোৰক,
চুমি চাই প্ৰশ্ন কৰাৰ, ইমান ৰহস্য কিয় ?
কোনেবা জানে । হাবিয়াস...🖤🥀
তোমাৰ, ৰহস্য বোৰ...
ভেদ কৰাৰ...💙




#assamesepoetry #assamesequote #assamese #assamesewriters #love #nature #অসমীয়াকবিতা #অসমীয়া
loader
Home
Explore
Events
Notification
Profile