Nojoto: Largest Storytelling Platform

New barash Quotes, Status, Photo, Video

Find the Latest Status about barash from top creators only on Nojoto App. Also find trending photos & videos about, barash.

Stories related to barash

    LatestPopularVideo

Barasha Das

#mahalaya #durgapuja2023 #Barasha_Das Mahalaya 2023 | মহালয়া | মহিষাসুরমর্দিনী | শুভ শারদীয়ার #চিন্তা #Mahishasurmardini #barashadas

read more

Barasha Misra

Life #BarashaMishra #Society

read more
আচৰিত পৃথিৱী! মানুহৰ মেলাটো আজি প্ৰকৃত মানুহৰ অভাৱ। সঁচা, মিছাৰ বিচাৰ কৰিবলৈ কাৰো আহৰি নাই। কেতিয়াবা যদি নিৰপৰাধীয়ে শাস্তি পাইছে, কেতিয়াবা আকৌ দোষীয়ে সাৰি গৈছে । মুঠতে ক'বলৈ গ'লে মুখা পিন্ধালোকেৰে ভৰি আছে ,,,,!

©Barasha Misra #Life  #BarashaMishra

Theartistomi

Barash

read more
Aesa Lagta hai Barash 
 Ho Gye 
Uski Awaj Sune Barash

Vijay Gupta

tumhare adat bhi us barashat ki Tarah h,jb mn kiya mn bhar barase
manokamna #nijoto#aadat#barashat

Barasha Misra

#barashamisra Love

read more
আৱেগবোৰেও আজিকালি নতুনকৈ অভিমান কৰিবলৈ শিকিছে!

©Barasha Misra #BarashaMisra

#Love

Barasha Misra

সপোনৰ ঠিকনা আকাশৰ সীমনা...!

©Barasha Misra #Butterfly #barashamisra

Barasha Misra

বৰষুণ মোৰ সদায় প্ৰিয়! বৰষুণজাকত যেন নিগৰি আহে অতীতৰ সেই মধুৰ স্মৃতিবোৰ। মৌনতাৰ বুতা বছা নিশাটিয়ে আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। টোপ-টোপকৈ সৰা বৰষুণৰ টোপালবোৰত আকৌ বাজিছে প্ৰেমৰ মাদল। হীমচেচাঁ শীতৰ নিশাটো মোৰ প্ৰেমৰ সমুদ্ৰত উথলি উঠিছে আৱেগৰ জোৱাৰ।।

©Barasha Misra #barashamisra 

#rain

Barasha Misra

আনৰ চকুৰে নিজক ভালপোৱাৰ সলনি, নিজৰ চকুৰে নিজক ভাল পাবলৈ শিকা উচিত। প্ৰেমৰ বাবে কেৱল এটা দিন কিয়? প্ৰতিটো দিনেই হওঁক প্ৰেমৰ। প্ৰতিটো দিনতে আহক প্ৰেম। সৃষ্টি হওঁক নতুনত্ব। আমি সেই প্ৰেম কৰিম যি প্ৰেম হ'ব সৃষ্টিৰ। যিয়েই প্ৰেৰণা দিব জীয়াই থকাৰ।

©Barasha Misra #Love #BarashaMisra

#VantinesDay

Barasha Misra

সোণাৰুৰ হালধীয়া খিনি আজি মোৰ দেহত ফুলিছে,,,
আপুনি অহাৰ পৰা বুকুত প্ৰেমৰ মাদল বাজিছে।।

©Barasha Misra #barashamisra #Quote 

#yellowflower

Sai Angel Shaayari

#betrayal Unse Milne Ko Tarashti Hai Aankhein , Tarash Tarash Kar Barashti Hai Aankhein , Barash Barash Kar Jab Thak Jaati Hai Aankhein ,

read more
Unse Milne Ko Tarashti Hai Aankhein , Tarash Tarash Kar Barashti Hai Aankhein , Barash Barash Kar Jab Thak Jaati Hai Aankhein , Toh Phir Se Milne Ko Tarashti Hai Aankhein.

©Sai Angel Shaayari #betrayal 

Unse Milne Ko Tarashti Hai Aankhein , Tarash Tarash Kar Barashti Hai Aankhein , Barash Barash Kar Jab Thak Jaati Hai Aankhein ,
loader
Home
Explore
Events
Notification
Profile