Nojoto: Largest Storytelling Platform

Best ফাগুন Shayari, Status, Quotes, Stories

Find the Best ফাগুন Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about ফাগুনের ও মোহনায় ভিডিও গান, ফাগুন হাওয়ায় হাওয়ায় lyrics, ফাগুনের ও মোহনা, ফাগুনের কবিতা, ফাগুনের ও মোহনায়,

  • 10 Followers
  • 14 Stories

sangita

#ফাগুন

read more
এইয়া নিয়ৰ নদীৰে উলটি অহাৰ দিন...!!
ফাগুনৰ ৰাগিত আবেগবোৰ বৈ যোৱাৰ দিন। 

শিমলু তুলাৰ আঁৰে আঁৰে এতিয়া হেঁপাহবোৰ উৰিব......!! 
ভাললগাৰ সুৰবোৰে মেঘহীন আকাশৰ বুকুত 
ভালপোৱাৰ কবিতা ৰচিব। 

উশাহবোৰৰ ভাঁজে ভাঁজে পাৰ হৈ যাব এতিয়া.., 
এমুঠি ভালপোৱাৰ কবিতা আৰু 
দুটিকৈ ফাগুনৰ প্ৰত্যাশা ।। #ফাগুন

sangita

#ফাগুন#yqassamese #yqbandhoi #AssamesePoem

read more
তেজত বিষাদ উতলা দিনবোৰৰ প্ৰান্তত ....!
সপোনৰ খাঁজে খাঁজে এটি সুৰ...।
আশাবোৰৰ ভাঁজে ভাঁজে এটি সুবাস।। 
    
অ' আকাশ তই লৈ আহ ----।
মোৰ বাবে,
ফাগুন ফাগুনলগা জীয়া কবিতা। 

শিমলুৰ ৰঙ দুগালত লাগি ধৰাৰ পিছত, 
চ'ত বাগৰি অহা বহাগৰ দিনবোৰত---
আবেগে সানিব হৃদয়ত ৰং জেতুকাবুলীয়া।।
 
#ফাগুন#yqassamese #yqbandhoi #assamesepoem

sangita

#colloub with me mor hoite colloub korok....jodi val lage....ফাগুনে বন্ধু-বান্ধবী সকলোকৰ জীৱনত কি কি অনুভূতি,নতুন কামৰ সূচনা কৰি থৈ গল, নিজৰ নিজৰ অভিঞ্জতা জনাব,।#অসমীয়া#ফাগুন#quotebandhoi #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
ফাগুন গলগৈ, 
মোৰ উদাসীন হিয়াৰ স্মৃতিবোৰ খুচৰি
দুখে গৰকা মোৰ হিয়াত বিষাদৰ ঢৌ তুলি,, #colloub with me mor hoite colloub korok....jodi val lage....ফাগুনে বন্ধু-বান্ধবী সকলোকৰ জীৱনত কি কি অনুভূতি,নতুন কামৰ সূচনা কৰি থৈ গল, নিজৰ নিজৰ অভিঞ্জতা জনাব,।#অসমীয়া#ফাগুন#quotebandhoi #YourQuoteAndMine
Collaborating with Hiyasmita Ray

Puja Gogoi

#ফাগুন #Love

read more

Puja

#ফাগুন #Love

read more

Puja

#ফাগুন #Motivational

read more

Tinku Ranjan Mitra

#লিখন #আমারদিবসকাটেবিবশহয়ে #aarshiquotes #yqdada #মনেযাআসেলিখি #আমার_বসন্ত #ফাগুন #YourQuoteAndMine

read more
আমার বসন্ত আসে অনন্ত আশায়, তোমার ফাগুন ছুঁয়ে। #লিখন
#আমারদিবসকাটেবিবশহয়ে
#aarshiquotes 
#yqdada 
#মনেযাআসেলিখি
#আমার_বসন্ত
#ফাগুন
#YourQuoteAndMine

Hirushima Bora

#ফাগুন #roseday #Love

read more
ফাগুন....,
 তই ইমান প্ৰেমময় কিয়?

মোৰ চাৰিওকাষে আজি মদাৰৰঙী আবেগৰ উতলা নিচা কিয়?

©Hirushima Bora #ফাগুন 

#roseday

Barasha Misra

#ফাগুন #fagun #Love #zindagikerang

read more
অভিমানী প্ৰেমৰ দলিচা পাৰি আকৌ আহিছে উতলা ফাগুন..
আকাশে বতাহে গুঞ্জৰিত হৈছে সৰাপাতৰ মৃদু গুঞ্জন।।

©Barasha Misra #ফাগুন #Fagun #Love 

#zindagikerang

Bedangana Boruah

#ফাগুন #Love

read more
loader
Home
Explore
Events
Notification
Profile