Find the Best জোনাক Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about জোনাকি নামের অরà§à¦¥ কি, জোনাকি পোকা কি খায়, জোনাকি পোকা কবিতা, জোনাকি কবিতা, জোনাকি সমারà§à¦¥à¦• শবà§à¦¦,
sangita
এজন মানুহ সেইদিনাই সলনি হৈ যায় যেতিয়া কোঁহ মেলা আশাবোৰ ৰুষ্ট বাস্তৱৰ জালাদ্ভৱত ভষ্ম হৈ যায়... #অনুভৱৰ_টুকুৰা #সপোন #জোনাক #YourQuoteAndMine Collaborating with Gautom Saikia Collaborating with ananya gogoi
sangita
তুমি মোৰ হোৱা বুলি নকও দিয়া... কিয়নো তুমি মোৰ নহলেও নাই, মই কিন্তু আজীৱন তোমাৰেই.... #জোনাক #ভালপোৱা #YourQuoteAndMine Collaborating with Gautom Saikia
sangita
তুমি বিহীন এই ৰদীয়া হৃদয়ৰ কোনো ৰম্যতা নাই,যিদৰে কৌমুদী অবিহনে নিৰভ্ৰ ৰোদসীৰ কোনো সৌন্দৰ্যতা নাই, জানা! #openforcollab #অসমীয়া #জোনাক #তুমি_আৰু_মই #yqbandhoi #yqlovers #writersofassam #YourQuoteAndMine Collaborating with Himakhi Devi
sangita
আপোনাৰ দৰে নিদাৰুণ ভাৱে মই আমাৰ স্মৃতিবোৰক হত্যা কৰিব নোৱাৰো চেষ্টাও নকৰো আমাৰ ভাল লগা ক্ষণবোৰ হত্যা কৰাৰ।। আপুনি কি কৰিব পাৰিব মোক?? #জোনাক #অসমীয়া #yqbandhoi #YourQuoteAndMine Collaborating with জোনাক
sangita
আপুনি কেৱল নিজৰ মৰমখিনিতহে গভীৰতা দেখি পাই.. মোৰ মৰমবোৰে আপোনাৰ জানো হিয়া নভৰাই। #জোনাক #অসমীয়া #yqbandhoi #yqassamese #assamese #YourQuoteAndMine Collaborating with জোনাক Collaborating with Kasmita Sarma
R...🍁
চুলিবোৰ অবাধ্য কৰি তোলাৰ বাবেই বতাহক ভাল পাওঁ, মেঘক হাতৰ মুঠিত চুবলৈ পাও বাবেই বৰষুণ ভাল পাওঁ, সূৰ্যমুখীৰ হেঁপাহতেই ৰ'দৰ আচল ধৰো, খিৰিকী জপাই কেনেকৈনো জোনাকৰ প্ৰেমত পৰো ?? #জোনাক #প্ৰেম #yqbandhoi #yqbaba #assamese #assamesequote #assamesewriters
R...🍁
হাজাৰ ব্যস্ততায়ো আন্ধাৰক জোনাকৰ পৰা পৃথক কৰিব নোৱাৰে...!! য'ত আন্ধাৰ তাতেই জোনাক..... #জোনাক #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesewriters #assamesepoetry
About Nojoto | Team Nojoto | Contact Us
Creator Monetization | Creator Academy | Get Famous & Awards | Leaderboard
Terms & Conditions | Privacy Policy | Purchase & Payment Policy Guidelines | DMCA Policy | Directory | Bug Bounty Program
© NJT Network Private Limited
Follow us on social media:
For Best Experience, Download Nojoto