Find the Latest Status about assamese writing image from top creators only on Nojoto App. Also find trending photos & videos about, assamese writing image.
Bandita Roy
মিচ বন্দিতা..... তোমাকলৈ'নো কি লিখিম মিচ বন্দিতা .., মোৰ শব্দৰ গাঠনিত ইমান মধুৰ'তা নাই , তোমাৰ হৃদয় যিনিব পৰাকৈ , ওঁঠৰতা ৱসন্ত গৰকা তোমাৰ ওঁঠন বুকুত মোৰ প্ৰেমৰ বিজ গজাৱলৈ ... মোৰ অপ্ৰাণ চেষ্টা মৰমৰ সীপাৰে মৰম আছে , সেইয়াই মোৰ সপোনৰ ঠিকনা মিচ বন্দিতা...... ✍️✍️ দীপাংকৰ ডেকা ©Bandita Roy #Assamese #poem #writing #Love #treanding
Pranab Sarmah
Alone হিয়া হিয়াৰ দাপোনত তোমাৰে ছবি হিয়াৰ দাপোনখনিত আঁকিছু তোমাৰ আলোকচিত্ৰ মনৰ এই দাপোনখনিত জিলিকিছে তোমাৰ আলোড়িত প্ৰতিচ্ছবি কল্পনাৰ ডেউকা মেলি উৰিব ধৰিছে সপোন ক্ৰমান্ধয়ে অসীমৰ বুকুলৈ ঢাপলি মেলিছে সপোন হিয়াৰ দাপোনত মৰমে নিগৰে পুৰনি স্মৃতিয়ে তোমাকে সামৰে আজি দিঠকে বিলালে কান্দোন Assamese poem writing by Pranab barman ,😍😍