Nojoto: Largest Storytelling Platform

New assamese writing image Quotes, Status, Photo, Video

Find the Latest Status about assamese writing image from top creators only on Nojoto App. Also find trending photos & videos about, assamese writing image.

    PopularLatestVideo

Bandita Roy

মিচ বন্দিতা.....

তোমাকলৈ'নো কি লিখিম মিচ বন্দিতা ..,
মোৰ শব্দৰ গাঠনিত ইমান মধুৰ'তা নাই ,
তোমাৰ হৃদয় যিনিব পৰাকৈ ,
ওঁঠৰতা ৱসন্ত গৰকা তোমাৰ ওঁঠন বুকুত 
মোৰ প্ৰেমৰ বিজ গজাৱলৈ ...
মোৰ অপ্ৰাণ চেষ্টা
মৰমৰ সীপাৰে মৰম আছে ,
সেইয়াই মোৰ সপোনৰ ঠিকনা 
মিচ বন্দিতা......

✍️✍️ দীপাংকৰ ডেকা

©Bandita Roy #Assamese #poem #writing #Love #treanding

Madhujya Bikash Chetia

Assamese #Assamese #Poetry

read more
mute video

Pranab Sarmah

Assamese poem writing by Pranab barman ,😍😍

read more
Alone    হিয়া

হিয়াৰ দাপোনত তোমাৰে ছবি

হিয়াৰ দাপোনখনিত আঁকিছু 

তোমাৰ আলোকচিত্ৰ

মনৰ এই দাপোনখনিত জিলিকিছে

তোমাৰ আলোড়িত প্ৰতিচ্ছবি

কল্পনাৰ ডেউকা মেলি 

উৰিব ধৰিছে সপোন

 ক্ৰমান্ধয়ে অসীমৰ বুকুলৈ

ঢাপলি মেলিছে সপোন

  হিয়াৰ দাপোনত মৰমে নিগৰে

 পুৰনি স্মৃতিয়ে তোমাকে সামৰে

 আজি দিঠকে বিলালে কান্দোন Assamese poem  writing by Pranab barman ,😍😍

Berdihun ĹÚMÁPĨ

Assamese biyah #Assamese

read more
mute video

nishita

Assamese song #Assamese #Love

read more
mute video

Tulya max

Assamese short video #Assamese

read more
mute video

Khiresh Taid

mute video

Farhana

#MessageOfTheDay  যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক 
পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে;

ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল 
কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত 
কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

©Farhana #Assamese#assamese#quotes
#Messageoftheday

Kuldeep Kalita

#Assamese song #Assamese language #sivasagar #Society

read more
mute video

Kaushik Kalita

Assamese song Assamese song video #लव

read more
mute video
loader
Home
Explore
Events
Notification
Profile