Nojoto: Largest Storytelling Platform

New assamese love kobita Quotes, Status, Photo, Video

Find the Latest Status about assamese love kobita from top creators only on Nojoto App. Also find trending photos & videos about, assamese love kobita.

    LatestPopularVideo

Sanidul Islam

Assamese kobita #Mythology

read more

Sanidul Islam

Assamese kobita #Motivational

read more

Sanjeev Kalita

মানুহবোৰ একুৱাৰিয়ামে সোণালী ফিচাৰ মাছ হ'ব খোজে | অসমীয়া কবিতা | Assamese Poem | Asomiya Kobita | Assamese assamesepoem poem asomiyakobit

read more

Farhana

মানৱতাৰ জয়গান

যদি মানুহৰ পৰিচয় হয় 
হিন্দু-মুচলমান,
তেনেহ'লে গাব কোনে আজি
মানৱতাৰ জয়গান?
যদি জ্বলে মন্দিৰ এফালে
আনফালে মচজিদ,
তেন্তে কেনেকৈ কৰিব পূজা 
কেনেকৈ হ'ব ঈদ?
যদি খিচিৰি হিন্দুয়ে খায় 
মুচলমানে বিৰিয়ানী,
কোন ক'ব একেলগে যে 
আমি হিন্দুস্তানী?
নাৰিকল যদি কিনে হিন্দুয়ে 
মুচলমানে খেজুৰ,
তেন্তে দেশৰ পৰা ভেদভাৱ
কেনেকৈ হ'ব দূৰ?
ৰাষ্ট্ৰীয় সংগীত কোনে গাব 
দেশ হৈ যাব অচল,
যদি ভজন হয় হিন্দুৰ আৰু
মুচলমানৰ গজল।
যদি হিন্দুৰ ভাষা সংস্কৃত হয় 
মুচলমানৰ আৰবী, 
দেশৰ ঐক্য-সংহতিৰ এয়া হ'ব
কেনেকুৱা ছবি?
একেটা বস্তুকে পানী বুলি কয়
কোনোবাই কয় জল,
বেয়া কৰ্মৰ বাবে পাব সকলোৱে
একে পাপৰ ফল।
✍️ফাৰহানা হুচেইন

©Farhana
  মানৱতাৰ জয়গান #AssamesePoem#Assamese#religion#unity#dharma#kobita#AssameseKobita#poem

#MessageToTheWorld

Manoj Gogoi

সপোন...!!! #Flute #সপোন #manojgogoi #Kobita #কবিতা #অসমীয়া #Assam #Assamese #guwahati #India

read more

khan shahanaz

love kobita

read more

A Lone

যদিও বা, তই মোৰ নহয়ে...💙🌸 #assamesepoetry #assamesequote #Assamese #poem love #Kobita #Sky poetry

read more
নীলপ্ৰিয়া

মোৰ, উকা কাগজৰ...
জীয়া শবদ বোৰ, 
তোৰ বুকুত গুজি দিম...
আকুলতাৰে, তোৰ সমস্ত দেহত, 
আকাশৰ ৰং সানিম...
যদিও বা, তই মোৰ নহয়ে...
তথাপিও জানি থ...
কবিতা...
তই, আজন্ম প্ৰেয়সী মোৰ...
 যদিও বা, তই মোৰ নহয়ে...💙🌸





#assamesepoetry #assamesequote #assamese #poem #love #kobita #sky #poetry

A Lone

তোমাৰ কথাত, কাব্যিক সাহিত্য জাগে...💙🌸 #assamesepoetry #Assamese #poems #assamesequote #Kobita love #অসমীয়াকবিতা #কবিতা

read more
জানা, মই বৰ প্রেক্টিকেল মানু্হ...! 
সকলোতে যুক্তি বিচাৰি হাবাথুৰি খাওঁ...! 
আবেগিক নহয় যদিওঁ, 
তোমাৰ কথাত, কাব্যিক সাহিত্য জাগে...
যদিওঁ মই এনে...! 
তথাপিও, জানি থ'বা,
কল্পনা কিন্তু, মোৰ প্ৰিয়...

মাতাল বোৰে জানো জানে,
ৰাতিৰ, আন্ধাৰ কিমান...
বৰষুণ জাকে জানো জানে,
সিক্ত গালত, অশ্ৰু কিমান...
বাৰু, যাওঁ দিয়া... তোমাৰ কথাত, কাব্যিক সাহিত্য জাগে...💙🌸





#assamesepoetry #assamese #poems #assamesequote #kobita #love #অসমীয়াকবিতা #কবিতা

A Lone

তোমাৰ কথাত, কাব্যিক সাহিত্য জাগে...💙🌸 #assamesepoetry #Assamese #poems #assamesequote #Kobita love #অসমীয়াকবিতা #কবিতা

read more
জানা, মই বৰ প্রেক্টিকেল মানু্হ...! 
সকলোতে যুক্তি বিচাৰি হাবাথুৰি খাওঁ...! 
আবেগিক নহয় যদিওঁ, 
তোমাৰ কথাত, কাব্যিক সাহিত্য জাগে...
যদিওঁ মই এনে...! 
তথাপিও, জানি থ'বা,
কল্পনা কিন্তু, মোৰ প্ৰিয়...

মাতাল বোৰে জানো জানে,
ৰাতিৰ, আন্ধাৰ কিমান...
বৰষুণ জাকে জানো জানে,
সিক্ত গালত, অশ্ৰু কিমান...
বাৰু, যাওঁ দিয়া... তোমাৰ কথাত, কাব্যিক সাহিত্য জাগে...💙🌸





#assamesepoetry #assamese #poems #assamesequote #kobita #love #অসমীয়াকবিতা #কবিতা

Queen Roy

#Love #Assamese

read more
বুজাবুজি খুবেই দৰকাৰী সম্পৰ্ক এটাত
কেৱল ভালপোৱাই জানো সম্পৰ্ক এটা ধৰি ৰাখিব পাৰিব??যদি বুজিয়ে নাপায় ইজনে আন জনক!!!😒
বহুতো সম্পৰ্ক হয়তো বুজাবুজিৰ অভাৱৰ কাৰণেই ভাগে...












_Qn #Love #Assamese
loader
Home
Explore
Events
Notification
Profile