Nojoto: Largest Storytelling Platform

Best প্ৰেম Shayari, Status, Quotes, Stories

Find the Best প্ৰেম Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about প্ৰেম মানে কি, প্ৰেমৰ sms, প্ৰেমৰ কবিতা, প্ৰেম বিষাদৰ কবিতা, প্ৰেমৰ প্ৰতাৰণা কবিতা,

  • 15 Followers
  • 31 Stories

sangita

সহযোগ কৰিব চোন ।#অসমীয়া #প্ৰেম #ভালপোৱা #আকাংখ্যাৰ_দিনলিপি #YourQuoteAndMine Collaborating with Parismita Borah

read more
প্ৰণয়পাশৰ সংজ্ঞা বাঙ্ময় নহয় বাবেই সম্ভৱতঃ ..!
মস্তিষ্কৰ আজ্ঞপ্তি নাই যদিও হৃদয় আপোনাৰ প্ৰেমত,
কুৰংগহেন আপোনাৰ দৃকৰ প্ৰগাঢ়তাত বাৰে-বাৰে মই নিজকে
হেৰুৱাই পেলাও জানে ..?
আপোনাৰ কণ্ঠস্বৰত মইজনীৰ হৃৎ কণ্ঠ কিয়
বাৰু হৈ পৰে টলকতে অনুক্ত ..?
আপুনি হয়তো নাজানে য়ে, সংগোপনে.......
জীয়া নিস্বানৰ নীলাবোৰৰ মাজতো খোদিত হয় আপোনাৰেই অনুভুতি ..!
অনুভৱৰ দুৰ্বোধ্যতাৰ অৱগুণ্ঠন ছিঙি কেনেকৈনো বুজাও আপোনাক ,
কিয়নো আপোনাৰ যে হৃৎ অনুভূতি বোধগম্য শকতি নিৰ্বোধ। 


 
সহযোগ কৰিব চোন ।#অসমীয়া #প্ৰেম #ভালপোৱা #আকাংখ্যাৰ_দিনলিপি  #YourQuoteAndMine
Collaborating with Parismita Borah

sangita

#openforcollab #giveyourbest #Assamese #assamesequote #প্ৰেম #অসমীয়া #yqbandhoi #YourQuoteAndMine Collaborating with Basanta Saikia

read more
আপুনি হৃদয়খন এদিনৰ বাবেহে বিচাৰিছে, 
কিন্তু মই জন্ম-জন্মান্তৰ এই হৃদয় আপোনাক দিবলৈ প্ৰস্তুত। 

হযতো,থাকিব পাৰে মোৰ হৃৎ প্ৰৱেশ দ্বাৰত অনুৰাগীৰ ব্যপক্ত হেঁচা-ঠেলা ,
কিন্তু মোৰ বাবে আপুনিয়েই একমাত্ৰ অনুৰাগী 
আৰু আপোনাৰ বিশ্ৰম্ৰ এই হৃৎ দ্বাৰৰ জাগ্ৰত প্ৰহৰী।  #openforcollab 
#giveyourbest 
#assamese 
#assamesequote  
#প্ৰেম
#অসমীয়া  
#yqbandhoi #YourQuoteAndMine
Collaborating with Basanta Saikia

sangita

Collab challenge #CollabChallenge #প্ৰেম #অসমীয়া #অসমীয়া_অনুভৱ #assamesecollab #yqbandhoicollab #yqbabacollab #YourQuoteAndMine Collaborating with Nipu Haloi নিমন্ত্ৰণ ৰক্ষাৰ স্বাৰ্থত কিবা কিবি

read more
অৰ্ণোদৰ গৰ্জন
আৰু তোমাক প্ৰত্যক্ষ কৰি মোৰ হিয়াৰ গুঞ্জৰণ
একেই নহয় জানো ?মেঘজ্যোতি... Collab  challenge #collabchallenge #প্ৰেম #অসমীয়া #অসমীয়া_অনুভৱ #assamesecollab #yqbandhoicollab #yqbabacollab #YourQuoteAndMine
Collaborating with Nipu Haloi
নিমন্ত্ৰণ ৰক্ষাৰ স্বাৰ্থত কিবা কিবি

sangita

#মৰম #অনুৰাগী #প্ৰেম #openforcollab #Collabwith-hiysyqbandhoiassamesequote #YourQuoteAndMine Collaborating with Hiyasmita Ray

read more
মই তোমাৰ অনুক্ত প্ৰেমৰ দুৰ্বোধ্য পৰিভাষাৰ একমাত্ৰ অনুৰাগিনী.. #মৰম #অনুৰাগী #প্ৰেম #openforcollab #collabwith-hiys#yqbandhoi#assamesequote  #YourQuoteAndMine
Collaborating with Hiyasmita Ray

sangita

#openforcollab #অসমীয়া #প্ৰেম #assamesequote #lovequotesforever #yqbandhoi #writersofassam #YourQuoteAndMine Collaborating with Himakhi Devi

read more
তোমাৰ যান্ত্ৰনাই পোৰা হৃদয়, দুচকুৰ লোতক মোৰ বাবে বৰ অসহনীয় ,
যাক মই কোনো কাৰণতে তোমাৰ সোণসেৰীয়া হাঁহিটিত পিয়াপি দিবলৈ নিদিও... । #openforcollab 
#অসমীয়া 
#প্ৰেম 
#assamesequote 
#lovequotesforever 
#yqbandhoi 
#writersofassam  #YourQuoteAndMine
Collaborating with Himakhi Devi

sangita

#openforcollab #অব্যক্ত #প্ৰেম #assamesequote #yqbandhoi #yqquotes #YourQuoteAndMine Collaborating with Ar Dutta

read more
নাই...
উদাসীন হৃদয়ত প্ৰণয়ৰ বীজ নিসিচিবা...
কাৰণ, 
উদাসীনতা মোৰ খুবেই প্ৰিয়,,
কিয়নো, 
পুনৰবাৰ হৃদয়ত বিষ বাকি লবলৈ মোৰ যে অকনো ইচ্ছা নাই...

 #openforcollab
#অব্যক্ত 
#প্ৰেম
#assamesequote 
#yqbandhoi 
#yqquotes   #YourQuoteAndMine
Collaborating with Ar Dutta

sangita

#প্ৰেম #একাকীত্ব #assamesequote #yqquotes #YourQuoteAndMine Collaborating with Ar Dutta

read more
তেওঁৰ এধানমান অৱহেলা
আৰু 
মোৰ হিয়াত একুৰা তপ্ত অগনি,,
যি অগনিত মোৰ হিম-শীতল আৱেগে চিৎকাৰ কৰি উঠে....
অথচ,
তেওঁৰ মোলৈ প্ৰশ্ন :-" ইমান ভালপোৱা তুমি মোক "?

 #প্ৰেম 
#একাকীত্ব 
#assamesequote 
#yqquotes  #YourQuoteAndMine
Collaborating with Ar Dutta

sangita

#openforcollab #অব্যাক্ত_আবেগ #প্ৰেম #assamesequote #qyquotes #yqbabaquotes #YourQuoteAndMine Collaborating with Ar Dutta

read more
মই তোমাৰ হৃদয়ৰ অনুকম্পা বুলিয়েই 
মোক নিবিচাৰিবা...
মই তোমাৰ অসীমলৈ বিস্তৃত মন পৰিধিৰ অনৰক্তা। 
তোমাৰ স্তব্ধ উশাহৰ মাজতো মোকেই বিছাৰি পাবা....
 #openforcollab
#অব্যাক্ত_আবেগ
#প্ৰেম
#assamesequote 
#qyquotes 
#yqbabaquotes    #YourQuoteAndMine
Collaborating with Ar Dutta

sangita

#প্ৰেম #অভিমান #ভালপোৱা #assamesequote #yqquotes #YourQuoteAndMine Collaborating with Ar Dutta

read more
এইযে তুমি শেৱালি ফুলৰ পৰা আঁতৰি ফুৰা
সুগন্ধিত মোক বিচাৰি পোৱাৰ ভয়ত..
এইযে তুমি বৰষুণ জাকত তিতিবলে আজিও ভয় কৰা
মোৰ স্মৃতিবোৰে....
কলিজাত বিষ সানি দিয়াৰ ভয়ত...
তোমাৰ জানো কষ্ট নহয়
বুকুৰ গুপুত অনুক্ত মৰমবোৰক লৈ..? #প্ৰেম
#অভিমান
#ভালপোৱা
#assamesequote
#yqquotes     #YourQuoteAndMine
Collaborating with Ar Dutta

sangita

#openforcollab #প্ৰেম #এটি অনুভৱ

read more
তুমি নকলেও হ'ব
কিবা এটা যে... 
আউল লগাইছো তোমাৰ হৃদয়ত !
কি নো প্ৰয়োজন আছে ?
এই যে তুমি
সমনীয়াৰ সৈতে কিৰীলি এটি মাৰি 
পদুলিটো পাৰ হৈ যোৱা। 
এয়াই জানো যথেষ্ঠ নহয় ?
তোমাৰ সেই আবেগৰ কিৰীলি 
আৰু 
মোৰ হৃদয়ত তোলে অনুভূতিৰ হাজাৰ চুনামি ।


 #openforcollab
#প্ৰেম
#এটি অনুভৱ
loader
Home
Explore
Events
Notification
Profile