Nojoto: Largest Storytelling Platform

Best জোনাক Shayari, Status, Quotes, Stories

Find the Best জোনাক Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about জোনাকি নামের অর্থ কি, জোনাকি পোকা কি খায়, জোনাকি পোকা কবিতা, জোনাকি কবিতা, জোনাকি সমার্থক শব্দ,

  • 2 Followers
  • 7 Stories
    PopularLatestVideo

sangita

#অনুভৱৰ_টুকুৰা #সপোন #জোনাক #YourQuoteAndMine Collaborating with Gautom Saikia Collaborating with ananya gogoi

read more
এজন মানুহ সেইদিনাই সলনি হৈ যায়
যেতিয়া কোঁহ মেলা আশাবোৰ ৰুষ্ট বাস্তৱৰ জালাদ্ভৱত ভষ্ম হৈ যায়...
 #অনুভৱৰ_টুকুৰা 
#সপোন 
#জোনাক   #YourQuoteAndMine
Collaborating with Gautom Saikia
Collaborating with ananya gogoi

sangita

#জোনাক #ভালপোৱা #YourQuoteAndMine Collaborating with Gautom Saikia

read more
তুমি মোৰ হোৱা বুলি নকও দিয়া... 
কিয়নো 
তুমি মোৰ নহলেও নাই, মই কিন্তু আজীৱন তোমাৰেই....  
#জোনাক 
#ভালপোৱা #YourQuoteAndMine
Collaborating with Gautom Saikia

sangita

#openforcollab #অসমীয়া #জোনাক #তুমি_আৰু_মই #yqbandhoi #yqlovers #writersofassam #YourQuoteAndMine Collaborating with Himakhi Devi

read more

তুমি বিহীন এই ৰদীয়া হৃদয়ৰ কোনো ৰম্যতা নাই,যিদৰে কৌমুদী অবিহনে নিৰভ্ৰ ৰোদসীৰ কোনো সৌন্দৰ্যতা নাই, জানা! #openforcollab #অসমীয়া #জোনাক #তুমি_আৰু_মই #yqbandhoi #yqlovers #writersofassam       #YourQuoteAndMine
Collaborating with Himakhi Devi

sangita

#জোনাক #অসমীয়া #yqbandhoi #YourQuoteAndMine Collaborating with জোনাক

read more
আপোনাৰ দৰে নিদাৰুণ ভাৱে 
 মই আমাৰ স্মৃতিবোৰক হত্যা কৰিব নোৱাৰো
চেষ্টাও নকৰো আমাৰ ভাল লগা ক্ষণবোৰ হত্যা কৰাৰ।।

আপুনি কি কৰিব পাৰিব মোক?? #জোনাক #অসমীয়া #yqbandhoi  #YourQuoteAndMine
Collaborating with জোনাক

sangita

#জোনাক #অসমীয়া #yqbandhoi #yqassamese #Assamese #YourQuoteAndMine Collaborating with জোনাক Collaborating with Kasmita Sarma

read more
আপুনি কেৱল নিজৰ মৰমখিনিতহে গভীৰতা দেখি পাই..
মোৰ মৰমবোৰে আপোনাৰ জানো হিয়া নভৰাই। #জোনাক #অসমীয়া #yqbandhoi #yqassamese #assamese  #YourQuoteAndMine
Collaborating with জোনাক 
Collaborating with Kasmita Sarma

R...🍁

#জোনাক #প্ৰেম #yqbandhoi #yqbaba #Assamese #assamesequote #assamesewriters

read more
চুলিবোৰ অবাধ্য কৰি তোলাৰ বাবেই বতাহক ভাল পাওঁ‌,
মেঘক হাতৰ মুঠিত চুবলৈ পাও বাবেই বৰষুণ ভাল পাওঁ‌,
সূৰ্যমুখীৰ হেঁপাহতেই ৰ'দৰ আচল ধৰো,
 খিৰিকী জপাই কেনেকৈনো জোনাকৰ প্ৰেমত পৰো ?? #জোনাক #প্ৰেম #yqbandhoi #yqbaba #assamese #assamesequote #assamesewriters

R...🍁

য'ত আন্ধাৰ তাতেই জোনাক..... #জোনাক #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote #assamesewriters #assamesepoetry

read more
হাজাৰ ব্যস্ততায়ো আন্ধাৰক জোনাকৰ পৰা পৃথক কৰিব নোৱাৰে...!! য'ত আন্ধাৰ তাতেই জোনাক.....
#জোনাক #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesewriters #assamesepoetry


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile