Nojoto: Largest Storytelling Platform

New bedanga Quotes, Status, Photo, Video

Find the Latest Status about bedanga from top creators only on Nojoto App. Also find trending photos & videos about, bedanga.

    LatestPopularVideo

sangita

#Assamesequotes 💔💔 #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
হয়তো তুমিওঁ এদিন বুজি পাবা অৱহেলাৰ তিক্ততা কিমান?  #assamesequotes
💔💔 #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

সহযোগ কৰিব পাৰে। #অশান্ত_মন #assamesequote #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
নাজানো 
মোৰ মনে কি বিচাৰে?
স্মৃতিৰ পৃষ্ঠা লুটিয়াই চাব পৰাকৈ এগছি বন্তি নে স্মৃতিক জলাঞ্জলি  দিবলৈ একুৰা চিতাগ্নি !!
 সহযোগ কৰিব পাৰে।
#অশান্ত_মন 
#assamesequote 
 #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

#প্ৰেমৰ_সংজ্ঞা সহযোগিতাৰ বাবে আগবঢ়ালো। #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
হৃৎ প্ৰকোষ্ঠত সংৰূঢ় হোৱা উৎকলিকেই প্ৰেম।  #প্ৰেমৰ_সংজ্ঞা 
সহযোগিতাৰ বাবে আগবঢ়ালো। #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

#yourquotediary #assameselovequote 😇😇 #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
কিয় বাৰু..
 নীলা দাগ পৰাৰ পিছতো উত্তৰ নহা
 Message বোৰক তেখেতৰ ব্যস্ততা বুলি ভাবি থাকো ।
এয়া তু তেখেতৰ অৱহেলাও হব পাৰে 
কিন্তু নুশুনে এই মনটোৱে 
বুজিবও নোখোজে.. 
তেওঁৰো  যে ভুল হ'ব পাৰে। 
হয়তো এইয়াই মোৰ ভালপোৱা।
তেওঁৰ প্ৰতি অন্ধ প্ৰেম।  #yourquotediary 
#assameselovequote 
😇😇 #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

সহযোগিতাৰ বাবে আগবঢ়ালো #বিষাদ #অনুভৱৰ_টুকুৰা #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
জীয়াই নাথাকি যে নোৱাৰিছো...... 
কিয়নো
মোৰ দগ্ধ আমঠুৰ ভস্মসাৎৰ অগ্নিকনাত
এতিয়াও তোমাৰ বাবে মৰমৰ ভগ্নাৱশেষ আছে,,
দুনয়নৰ নেত্ৰাম্বুয়ে এতিয়াও তোমাৰ পৰশৰ অপেক্ষাতেই বৈ আছে...  সহযোগিতাৰ বাবে আগবঢ়ালো 
#বিষাদ 
#অনুভৱৰ_টুকুৰা  #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

#assamesequote আধৰুৱা সপোন..... সহযোগ কৰিব পাৰে ......😊😊 #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
আধৰুৱা মৰমবোৰে আজিও
হৃদয়ত বিষ বাকি থৈ যায় ..
নিৰ্জল নয়নিকাত পুনৰ লোতকে কিলবিলাই...
 #assamesequote 
আধৰুৱা সপোন.....
 সহযোগ কৰিব পাৰে ......😊😊 #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

সহযোগিতাৰে মনৰ ভাৱ ব্যক্ত কৰক। #আকাশ 💙 #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
হে' নীলিমা...... 
তোমাৰ শুভ্ৰ কুহাৰত গুজি দিব পাৰিম নেকি মোৰ মনৰ বতৰা. ?
 সহযোগিতাৰে মনৰ ভাৱ ব্যক্ত কৰক। 
#আকাশ 💙 #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

#অনুভৱৰ_দলিচা #বৰষুণজাক সহযোগ কৰিব পাৰে। #YourQuoteAndMine Collaborating with Bedangana Baruah ভণ্টিজনীৰ নিমন্ত্ৰণ ৰক্ষা কৰি

read more
স্মৃতিৰে দগ্ধ গহীন নিশাৰ মুষলধাৰ বৰষুণজাক
আৰু অনুভৱৰ শেতেলিত মুৰ থৈ মনৰ ধী-ধিয়নিৰ সৈতে সেইজাকলৈ অপেক্ষাকৃত 
মইজনী!
কাৰণ......
সোঁৱৰণিৰ তনূনপাৎৰ উত্তাপত ফেকুৰি উঠা 
মোৰ নিৰম্বু হৃদয়খনক প্ৰাণদ বাকিবলৈ
একত্ৰে তোমাকো চুই যোৱা গোধৃতজাকেই যথেষ্ট অ' !!
 #অনুভৱৰ_দলিচা 
#বৰষুণজাক 
সহযোগ কৰিব পাৰে।   #YourQuoteAndMine
Collaborating with Bedangana Baruah
ভণ্টিজনীৰ নিমন্ত্ৰণ ৰক্ষা কৰি

sangita

সহযোগিতাৰ বাবে আগবঢ়ালো #ভুল ধাৰনা #আপুনিবিহীনতা ত সুখী মই #YourQuoteAndMine Collaborating with Bedangana Baruah

read more
আপুনি কি ভাৱে?
যে আপুনি গৰ্হিতভাৱে উপায়ন কৰা ভৈষজ্যহীন 
পিঁজাল ত্ৰিশূলৰ বিষ বুকুত সামৰি
মই বিষণ্ণতাৰ সাজ পিন্ধিম!
সেয়া আপোনাৰ প্ৰভাদপূৰ্ণ ধাৰণা!! সহযোগিতাৰ বাবে আগবঢ়ালো 
#ভুল ধাৰনা
#আপুনিবিহীনতা ত সুখী মই  #YourQuoteAndMine
Collaborating with Bedangana Baruah

sangita

সহযোগিতাৰ বাবে আগবঢ়ালো। বিষাদৰ ভাষাৰে নিজৰ বৰ্ননা কৰক। #অনুভৱৰ_টুকুৰা #কল্পনা #জীৱনৰকথাবোৰ #YourQuoteAndMine Collaborating with Bedan

read more

বৰ্তমান বিষাদৰ আৱেষ্টনীত .......
মৃত্যুৱৎ মোৰ পৰাণ, 
সমাধিস্থ মোৰ চিত্ত, 
আৰু তাৰ কাষতে
জীৱন্মৃত মইজনীৰ চিতাভষ্ম!!

 সহযোগিতাৰ বাবে আগবঢ়ালো। 
বিষাদৰ ভাষাৰে নিজৰ বৰ্ননা কৰক। 
#অনুভৱৰ_টুকুৰা 
#কল্পনা 
#জীৱনৰকথাবোৰ    #YourQuoteAndMine
Collaborating with Bedan
loader
Home
Explore
Events
Notification
Profile